পানী পৃথিৱী poem-umananda-kalita-april-2026

 উমানন্দ কলিতা


হাঁহি বোৰ 

পানীত

পানীত পোহৰ

পোহৰত

নঙঠা 

পিছল পৃথিৱী

আৰু

পাৰ্থিৱ য’ত যি…

 

ভ্ৰাম্যভাষ : ৯৮৫৪০৫১২৬৭