ৰাণী
হেঙুল হাজৰিকা ফুটপাথৰ দোকানত জোতা চাইছোঁ লখিমপুৰৰ ধাৰাসাৰ বৰষুণত পিন্ধিব পৰা ভৰি সুমুৱাই চাইছোঁ আলফুলে পিন্ধাই দিবলৈ জোতাৰ তলত তোমাৰ প্ৰেমিক হাত দুখন নাই মই বাদ দিছোঁ উভতি গৈ এখন পেইণ্টিঙৰ গছ এডালৰ তলত বহিছোঁ পাত…
হেঙুল হাজৰিকা ফুটপাথৰ দোকানত জোতা চাইছোঁ লখিমপুৰৰ ধাৰাসাৰ বৰষুণত পিন্ধিব পৰা ভৰি সুমুৱাই চাইছোঁ আলফুলে পিন্ধাই দিবলৈ জোতাৰ তলত তোমাৰ প্ৰেমিক হাত দুখন নাই মই বাদ দিছোঁ উভতি গৈ এখন পেইণ্টিঙৰ গছ এডালৰ তলত বহিছোঁ পাত…
অৰ্চনা ঠাকুৰীয়া ব’ৰাগীৰ বীণে বিনালে সৰুজুৱে উচুপি উঠে মেঘবোৰে পাহাৰখন সাৱটি জীৱনৰ ৰচনা পঢ়ে গোকুলৰ বকুলে কাৰবাবে মালা গুঠে গন্ধৰ্বৰ গণপতি-গপচত পুলকিত হয়নে বাটৰুৱাৰ গাভিনী- হৃদয়… কথাবোৰ আচৰিত যদিও চিন্তনীয়! কবিতা প্ৰসৱিত হোৱাৰ ঠিক পাছতেই হেনো মৰি…
কৌস্তুভ বেজবৰুৱা ৰাস্তাৰ কাষত মই পৰি আছোঁ চকুৰ সন্মুখত আকাশখন কঁপিছে। এটা মুহূৰ্ত আগতে মই দৌৰি আছিলোঁ — মোৰ পুচ্ছ নাচিছিল, জীৱনটো সহজ যেন লাগিছিল। হঠাৎ এটা ভয়ংকৰ শব্দ এটা উজ্জ্বল আলোক আৰু তাৰ পিছত— অসহ্য যন্ত্ৰণা। মোৰ…
উজ্জ্বল স্মৰণ দত্ত ৰঙা বেলিৰ সেওঁতা মচাৰ পৰা গ্ৰহণৰ গ্ৰহণ লাগে দুখৰ দুখুনী নৈ বৈ থাকে কূজৰ মূৰত কিল পৰে কথাৰ কথাত শেল মাৰে সাপ হৈ খুটে বেজ হৈ জাৰে পৈয়েকৰ মূৰখোৱা হেনো মই লেখৰ লেখ নহয় মই নাপায়…
যশোৱন্ত নিপুণ কঠিন বিষয়ৰ কঠিনতম সূত্ৰবোৰৰ ওপৰত খুব সহজ সুৰত বিক্ৰমাদিত্য দাসে ব্যাখ্যা আগ বঢ়াইছিল। ব্লেকহ’লৰ অভ্যন্তৰত পদাৰ্থ বিজ্ঞানৰ নিয়মবোৰ কেনেদৰে ভাগি পৰে? সময় চূৰ্ণ-বিচূৰ্ণ হৈ পৰেনে স্থবিৰ হৈ পৰে তাৰ কেন্দ্ৰত? অসীম ঘনত্ব আৰু অসীম বক্ৰতা সম্ভৱনে? সময়…
উমানন্দ কলিতা হাঁহি বোৰ পানীত পানীত পোহৰ পোহৰত নঙঠা পিছল পৃথিৱী আৰু পাৰ্থিৱ য’ত যি… ভ্ৰাম্যভাষ : ৯৮৫৪০৫১২৬৭
ড০ বুলজিৎ বুঢ়াগোহাঁই আজিৰ পৃথিৱীখন আগতকৈ বহুত বেছি সংযুক্ত হৈছে আৰু এই পৰিস্থিতিত ভ্ৰমণ কেৱল অৱসৰৰ বাবে নহয়৷ ই এক শক্তিশালী কেৰিয়াৰ পথলৈ বিকশিত হৈছে৷ বিশেষকৈ নৱপ্ৰজন্ম আৰু বিভিন্ন ঠাই, সংস্কৃতি আৰু মানুহৰ প্ৰতি গভীৰ কৌতুহল থকা শিক্ষাৰ্থীসকলৰ বাবে ভ্ৰমণক…
অংগনা ভট্টাচাৰ্য্য কোনোবাই এদিন কাৰোবাক কৈছিল— “সৌপিনে পোহৰৰ মেলা, ইমান পোহৰ মোৰ সহ্য নহয়, ব’লা এন্ধাৰ ছটিয়াই দিওঁ৷” লহপহকৈ গজি উঠা ঢেকীয়াবোৰক নিজৰ খেতিৰ শাক বুলি কোৱা জোনাকী পৰুৱাটোৱে জানে, তাৰ শৰীৰত জিলিকি ৰোৱা পোহৰ সি নিজে…
পৰী পাৰবীন o New Year’s Day to celebrate No chocolate covered candy hearts to give away No first of Spring, no song to sing কাংৰা উপত্যকালৈ শৰৎ আহিছে৷ উপত্যকাটোৰ ওপৰেৰে পাতল ধোঁৱাবৰণীয়া নিহালি এখন মেলি দিয়া হৈছে৷ শৰতৰ বতৰ৷ য’ত…
পংকজ প্ৰতিম বৰদলৈ সংগ্ৰহালয়ক আজিৰ বিশ্বত কেৱল পুৰণি সামগ্ৰী সংৰক্ষণ কৰা এটা স্থান বুলি ধাৰণা কৰা নহয়; বৰং সংগ্ৰহালয়ক সমাজ, ইতিহাস, সংস্কৃতি আৰু জ্ঞান-প্ৰযুক্তিৰ এক জীৱন্ত ভাণ্ডাৰ হিচাপে গণ্য কৰা হয়৷ সংগ্ৰহালয়ৰ ধাৰণাটো যথেষ্ট পুৰণি হ’লেও আধুনিক যুগত ইয়াৰ ভূমিকা,…