মুনীন্দ্ৰ
মহন্ত
দুঘৰৰ
টিনপাতৰ চালি
টিনপাতৰ চালি
বৈ আহে
বৰষুণৰ পানী
বৰষুণৰ পানী
দুঘৰৰ
দোঘোৰাত
দোঘোৰাত
দুখন চালৰ
পানী
পানী
একেলগ হয়
এসোঁতা হৈ
বয়
বয়
দুঘৰৰ ঘৰৰ
ভিতৰত
ভিতৰত
হুতাহ
বাহিৰত
বতাহ
বতাহ
দুখন তোৰণ
দুঘৰৰ
দুঘৰৰ
তোৰণ
তলেৰে ওলাই বাটলৈ
তলেৰে ওলাই বাটলৈ
একেটাই
ৰাজআলি
ৰাজআলি
দুয়োঘৰৰ
ভোকৰ পাত
ভোকৰ পাত
দুয়োঘৰৰ
মাতৰ নাট
মাতৰ নাট
বিবিধ
বৰষুণে
ধুৱায়
ধুৱায়
দুঘৰৰ
টিনপাত
টিনপাত
দুঘৰৰ
দোঘোৰাত
দোঘোৰাত
পানী পৰে
দুখন চালৰ
দুখন চালৰ
একেলগ হয়
এসোঁতা হৈ
বয়
বয়
শ্ৰব্য ৰূপ