শীতৰ এটা ৰাতি
মামণি দাস কি ক’ব খুজিছিলোঁ নক’লোঁ শুনিবলৈ ব্যাকুল শ্ৰোতা এজন থকা হ’লে হয়তো কিছু অভিমানী হ’লোঁহেঁতেন ইমান ঠাণ্ডাত জুই একুৰাৰ আগত ধোঁৱা ফুৱাই ফুৱাই কোনেও নুশুনিলেও এনেয়ে ক’লোঁ এই ঘন কুঁৱলীখিনি মোৰ অনীহা নিজতকৈ মুগ্ধ শ্ৰোতা কোনো নাই তথাপি পুহৰ…