sdblogs2011

sdblogs2011

কৃত্ৰিমৰ নতুন পৰ্ব

 চন্দন গোস্বামী  বমি কৰিবলৈ খাল বিচাৰি ঘূৰি ফুৰোঁতে তিনিটা শিয়াল চহৰৰ পৰিত্যক্ত গলি এটাত লগ পাওঁ সিহঁতে ৰাস্তাৰ সোঁমাজত ত্ৰিভূজ এটা হৈ বহি আছে  মাজেদি যাবলৈ যত্ন কৰোঁতে তিনিওটাই হোৱা দিবলৈ ধৰে  উদ্দেশ্য কওঁতে থৰ হয়  সকলো দায়িত্ব  সিহঁতকে দিওঁ …

মোৰ জন্মৰ পাছৰখিনি

ৰেমী শৰ্মা  পুৱাই গাড়ীয়ে খুন্দিওৱা কুকুৰটোৰ ওপৰেদি  দিনটোৰ গাড়ীবোৰ চলি থাকিল মৰিল জী উঠিল  আকৌ মৰিল । তাৰ পাছত  চকাৰ তলত মৰিল হাজাৰ বাৰ ৰাতি সপোনত সি মোৰ ওচৰলৈ আহি  নেজডালেৰে চুই দিলে  মোৰ গাত তেতিয়াহে তৎ আহিল অঃ মোৰ…

অন্তেষপুৰৰ মানুহজন

মিণ্টুল হাজৰিকা ( LGBTQ-ৰ সমূহ প্ৰেমিক-প্ৰেমিকাৰ হাতত )  লগ নোপোৱালৈকে শিলৰ কুঁৱাটোতে ডুবি আছিলোঁ যাক  মগজুৱে সাজে ৷ তথাপি পিয়াহত মৰিছিল পানী ৷ খৰাঙে মাৰিছিল চম্পাফুলবোৰক  লগ পোৱাটো আছিল কাকতালীয় কাষেৰে দৌৰাদৌৰিকৈ পাৰ হৈ গৈছিল গাড়ী-মটৰ  যেন উৰুলিহে, ঈশ্বৰে আয়তী…

ভালপোৱা

বিকিয়ান বাইলুং উঁইৰ বাটটোৰ দৰে কেতিয়ানো তোমাৰ প্ৰেমৰ হাফলুত সোমালো ওলাই ‌অহাৰ বাট কোনোদিনে বিচৰা নাই, কেঁচুৰ দৰে মাটি খাই মাটিৰ প্ৰতিমা বনাইছো আন্ধাৰৰ ধ্ৰুপদী সুৰত গৰ্ভৰ মাটিৰ তৰা গণি গণি কত ৰাতি পাৰ কৰিছো উজাগৰী নিৰ্জন নিৰৱতাৰ মাজতো তুমি…

কবি হোৱাৰে পৰা

ধন দাস  সেইদিনা নৱকান্তই তোমাৰ খোপাতে আবেলি এটা বান্ধি দিছিল  আৰু আজি মই কছৰৎ কৰি আছোঁ  লাহ দিয়া বেলিটোক লৈ কোনখিনিত গুজিম গোন্ধ এটা হ’বলৈ  ( বাসনা ) কবি হোৱাৰে পৰা  ফু মাৰি ভাত খাব পৰা চোতালখন অকলশৰীয়া হ’ল দূৱৰিয়ে…

অসীম ঈশানৰ জীৱন চৰিত

জীৱন কিশোৰ   অসীম এজন অকণৰ দৰেই সৰল ল‘ৰা। তাৰ মাক-দেউতাকৰে সৈতে এটা সৰু ঘৰ, অলপ খেতি-মাটি আৰু এহাল গৰু আছে… ভাৰতৱৰ্ষৰ উত্তৰ-পূবত অৱস্থিত অসম নামৰ ঠাই এখনত ১৯৯৯ চনৰ ৩১ ডিচেম্বৰ তাৰিখে এটা সাধাৰণ পৰিয়ালত অসীমৰ জন্ম হৈছিল। সাধাৰণতে…

আধুনিক প্ৰযুক্তি আৰু আমি

প্ৰশান্ত মিশ্ৰ                 আধুনিক প্ৰযুক্তিৰ দৌৰাত্ম্যই পুৰাতন মানৱীয় প্ৰমূল্যক প্ৰভাৱান্বিত কৰিছে নেকি? আমি অচিনাকি মূল্যবোধৰ পৃথিৱীলৈ ধাৱমান হৈছোঁ নেকি?প্ৰশ্নদুটা মনলৈ আহিছিল টেলিভিচনক যথাৰ্থতেই “মুৰ্খৰ বাকছ” আখ্যা দিয়া অভিধাটোৰ পৰা। এতিয়া জনপ্ৰিয় টক চ’ সমূহৰ…

মিছা

ৰাজীৱ বৰা মিছা মিঠা, তৃপ্তিদায়ক৷ কুঁহিয়াৰৰ ডাবৰিৰ মাজৰ বগা অংশটোৰ আঁহবোৰ এৰুৱাই সৰুকৈ মুঠাই বান্ধিলে মিছা মাছটোৰ আকৃতি লয়৷ তঙালেৰে মেৰিয়াই বন্ধা, খামুচীয়া সেই মুঠাটোৰ গাত মিছা মাছৰ ঠেঙৰ দৰে এগাল শুং লৈ সিও সেইটো নামেই পালে৷ ফেলাহিত পগাই থকা…

মৎস্যগন্ধা

  পাপৰি গোস্বামী   (  ১) অতিক্ৰান্তাসুখাঃ কালাঃপৰ্যুপস্থিতদাৰূণাঃ। শ্বঃ শ্বঃ পাপিষ্ঠাদিৱসাঃ পৃথিৱী গতযৌৱনা।।   নিৰ্বিকাৰ চিত্তে সন্যাস যাত্ৰা আৰম্ভ কৰিলে ৰাজমাতাই।সংগী তেওঁৰ  অতি প্ৰতাপী কুৰু বংশৰ দুয়ো কুলবধূ অম্বিকা আৰু অম্বালিকা। পথনিৰ্দেশক মহামুনি ব্যাস।   নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস! আকুল চিত্তে ৰাজভোগ…