sdblogs2011

sdblogs2011

জীৱন জিন্দাবাদ

 বিপুল কুমাৰ দিহিঙীয়া   এটা ব্রেকিং নিউজৰ পাছত পূর্বজৰ শাৰীত আমি মৃতভক্ষ   মাজনিশাৰ পঁয়ালগা সপোনৰ ৰমণীয় উল্লাস আৰু সাৰ পাই দেখোঁ…   শব্দৰ খেলাৰ মাজেৰে ক্ৰমাৎ ধূসৰ এটা পুৱা বালিধুমুহাত জিল্‌মিল সৰিয়হ ফুল ক’ৰ পৰা জানো আৰম্ভ কৰে…  …

২০২৩ চনৰ সাহিত্যৰ ন’বেল বঁটা প্ৰাপক জন ফছিৰ তিনিটা কবিতা

 অনুবাদ : ড° ৰঞ্জিত দত্ত (১) পৰ্বতটোৱে খামুচি ধৰি আছে তাৰ উশাহটো  তেতিয়া তাত আছিল  এক গভীৰ নিশ্বাস আৰু তেতিয়া তাতেই থিয় হৈ  আছিল পৰ্বতটো আৰু থিয় হৈ আছিল পৰ্বতবোৰ আৰু সেইদৰেই  থিয় হৈ আছে আজিও পৰ্বতবোৰ এঢলীয়া  হৈ  নামি…

গগনযান অভিযান

 অভিজিত শর্মা বৰুৱা          যোৱা কিছুদিন ধৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (Indian Space Research Organization, চমুকৈ ISRO বা ‘ইছৰো’) মহাকাশ ক্ষেত্রত তেওঁলোকৰ কিছুমান সফল উৎক্ষেপন আৰু অভিযানৰ যোগেদি বিশ্ববাসীক চমকিত কৰি আহিছে আৰু আমাৰ দেশকো এই ক্ষেত্রত পৃথিবীৰ ভিতৰতে…

কবিতা

মূল (বাংলা): – ডাঃ চাব্ৰিনা রুবিন অনুবাদ : উৎপল দত্ত   দেখা হ’বই লাগিব এনেকুৱা কথাতো নাই দেখা নহলেও সূৰ্য উদয় হ’ব অস্ত যাব মেঘৰ পৰা বৰষুণ সৰিব বজ্ৰপাত হ’ব অমাৱস্যাৰ পাছত পূৰ্ণিমা আহিব দিন যাব, মাহ যাব ডেউকা মেলা চৰাইৰ দৰে সপোনবোৰ বতাহত…

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা  * ১৩ * সম্পূৰ্ণ তিনিমাহ বৰফৰ চাদৰে ঢাকি ৰখাৰ পাছত ক্র’ৱেছিয়াত প্রাণৰ স্পন্দন দেখা গৈছে। বৰফ ক্ৰমশঃ গলিবলৈ আৰম্ভ কৰিছে। গছৰ ডালে ডালে চৰাইৰ ব্যস্ততা। মেঘৰ আঁৰত সূর্যৰ উজ্জ্বল হাঁহি। এই সকলো মিলি জনাই দিছে— শীতকাল এতিয়া…

অন্ন, বস্ত্ৰ, আৰু বাসস্থান

(২) বস্ত্ৰ   ড° ভাৰত বৰুৱা বস্ত্ৰ মানুহৰ লজ্জা আৰু শীত নিবাৰণৰ এক মুখ্য আহিলা৷ আদিম যুগত মানুহে জন্তুৰ ছাল বা গছৰ বাকলিৰেই এই প্ৰয়োজন পূৰণ কৰিছিল৷ পিছে নিজে বস্ত্ৰ তৈয়াৰ কৰিবলৈ শিকাৰ পৰাই প্ৰকৃতিৰ পৰা পোৱা বিভিন্ন উপাদানেৰে মানুহে বস্ত্ৰ…

কইনা কন্দা শিলৰ পুৰাণ

অংকুৰণ আৰ্ফ   পুৰাণ পদ্য – ১    শিলে শিলে সুৰ বুকুভৰা বেদনাৰ ইমান কৰুণ সুৰ   প্রাচীন এই শিলৰ উপত্যকাত   ৰাতি ৰাতি ৰাউচি জুৰি কোনে কান্দে   বুৰঞ্জীৰ বতাহত ভাহি অহা   কাৰ এয়া ইমান দুখৰ মাত  …

ইলেকট্র’নিক মাধ্যমৰ লগত জড়িত কেৰিয়াৰ

 ড° বুলজিৎ  বুঢ়াগোহাঁই        ইলেকট্র’নিক মাধ্যম হৈছে সংবাদ মাধ্যমৰ এটা শ্ৰেণী যিয়ে বিষয়বস্তু ইলেক্ট্ৰ’নিক্স আৰু ইলেক্ট্ৰ’মেকানিকেল শক্তি ব্যৱহাৰ কৰি দৰ্শকৰ আগত উপস্থাপন কৰে৷ সাধাৰণ জনতাৰ বাবে পৰিচিত প্ৰাথমিক ইলেকট্র’নিক মাধ্যমৰ উৎসবোৰ হ’ল- ভিডিঅ’ ৰেকৰ্ডিং, অডিঅ’ ৰেকৰ্ডিং, মাল্টিমিডিয়া উপস্থাপন, শ্লাইড উপস্থাপন,…

শেলুৱৈ মালিতা

জ্যোতিনীলিমা গগৈ   নিজম ৰাতি ৰে’লখন উকিয়াই গুচি গৈছে স্মৃতি নামৰ সংৰক্ষিত দবাত বোজাই কৰি নিছে পকা পাতবোৰ যাৰ বুকুত এদিন পৃথিৱীৰ কবিতা বুলি নাৰীৰ ছবি অঁকা হৈছিল নোটবুকত সাঁচি ৰখা হৈছিল সেই নাম   বতাহত সুহুৰি বজাই হৃদয় জগোৱা…

সহজ সত্য

যশোৱন্ত নিপুন নৈশ বাছখনত উঠি ওপৰত বেগটো ৰাখি নিজৰ ছীটটোত বহাৰ আগতে বাছখনৰ আগে-পিছে চালোঁ ৷ কেনে ধৰণৰ সহযাত্ৰীৰ লগত জীৱনৰ কেইটামান ঘণ্টা পাৰ কৰিব লাগিব সেইটো জানিবলৈ মোৰ সদায় মন যায় ৷ আধামান ছীট তেতিয়াও খালি ৷    অলপ পাছত…