sdblogs2011

sdblogs2011

বুৰঞ্জীত জন্মা বেলি

 নিজৰা ৰাজকুমাৰী    –       ১৯৯০ চনত কলিয়াবৰ মহকুমাত হোৱা বৰষুণৰ পৰিমাণ আছিল ১৯৭৩.৬ মিলিমিটাৰ, ১৯৯১-ত ২১১৫.৩ ৷ ১৯৯২-ত কিন্তু আগৰ দুবছৰতকৈ বৰষুণৰ পৰিমাণ বহুত কম৷  –       এই উঁৱলি যোৱা কাগজ-পত্ৰসোপা খুটিয়াই খুটিয়াই তই ক’ব খুজিছ যে, মোৰ জন্মৰ বছৰটো তহঁতৰ কলিয়াবৰৰ বাবে…

জ্যামিতি

খনিন্দ্ৰ ভূষণ মহন্ত (১) থম-থমকৈ বহি আছে সন্ধ্যাটো তাতকৈ আহাঁ, যাতনাৰ কথাকে পাতোঁ   কোৱাঁচোন – জীৱনটো যদি বৃত্ত প্রহৰবোৰ যদি ব্যাসার্ধ পৰিধিতনো মই কি থ’ম?   (২) স্মৃতিৰ চহৰখন আজি ধুমায়িত… নিচা লগা মানুহৰ দৰে খোজ দি দি মই…

দেশ ভ্ৰমণলৈ আমাৰ গৰুহাল

মৃদুল হালৈ   এক   ৰোৱণ উঠাৰ পাছত দেশ ভ্ৰমণলৈ ওলাল আমাৰ হালৰ গৰুহাল   মই বোলো দৌতাহঁত ঔ, ওলাইছহঁক হয় পিছে জান জানো বাহিৰত কেনে চলিছে দিনকাল   মুগাটোৱে কাণ-মূৰ জোকাৰি মোক মাতিলে কাষলৈ ক’লে– বাপু, সেইবোৰ ভাবনা আমালৈ…

দঁকৰা অমিতাৰ টুকুৰাবোৰ

অলকেশ কলিতা   মানুহৰ লালসাৰ দ্বায়িত্ব মই নলওঁ, ভোকৰ লওঁ, আৰু মই দিয়া ৰুটিটুকুৰা, আম্লা হোৱাৰ আগতেই খাবলৈ যত্ন কৰাঁ। ময়ো যত্ন কৰিছোঁ, কঠোৰ পৰিশ্ৰম, বেলেগ বেলেগ মানুহক বেলেগ বেলেগ ভোক ভগাই দিছোঁ, অভিসন্ধি কৰিছোঁ, পৃথিৱীত যাতে পৰিপূৰ্ণ সুখ নাথাকে।…

নজনাৰ ব্যাকৰণ

মিণ্টুল হাজৰিকা মই নজনাখিনিত সিহঁতে প্ৰায়ে নিমখ এচালি বাকে আৰু চাকে   সেইখিনিত সিঁহতে ৰুকি ৰুকি সোধে আৰু মই হাঁহি এটা মাৰি নজনাখিনিক মূৰ দোৱাই সামৰি-সুতৰি লওঁ মই সিহঁতক নেদেখুৱাও মোক দিয়া যন্ত্ৰণাক কেনেদৰে মলম সানি সানি নিজকে টোপনি নিয়াওঁ…

সৰি পৰা পাতখিলালৈ

জোনমণি দাস   সৰি পৰা পাতখিলালৈ সৰু ল’ৰাটোৱে একেথৰে চাই আছে চেঁচা শিলটোত বহি সি কিবা ভাবি আছে মোৰ ভাবনাক বিমূৰ্ত কৰি কি ভাবিছে সি? সূত্ৰৰ অন্বেষণত সি নতুন দিনৰ নিউটন নেকি!   ঢপলিয়াই আহিও ঢৌবোৰে তাক ধৰিব পৰা নাই…

তৰ্জনী

লোপামুদ্ৰা ভট্টাচাৰ্য (১)     বাতৰিকাকতখন মেলি লৈছোঁ ৷ প্ৰথম পৃষ্ঠাৰ ওপৰৰ শিৰোনামটোত চকু পৰিল৷ “ঋণৰ ধনেৰে হিতাধিকাৰীমূলক আঁচনি ৰূপায়ণ৷  পেট্ৰ’ল ডিজেলত পুনৰ আৰোপ হ’ব ‘ভেট’৷ ” মোৰ চেলাউৰি কোঁচ খাই আহিল৷ বুলেট ট্ৰেইনৰ দৰে বস্তুৰ দাম বাঢ়ি অহাৰ বাতৰিবোৰ পঢ়িলে মোৰ গাটো পুৰি…

দাঁতৰ পোক

অলকা মহন্ত এক দাঁত এটাত পোক ধৰিছে একত্ৰিছতাই নজনাকৈ বিষ বাঢ়িছে এটা-দুটাকৈ পোকবোৰ কাষৰ দাঁতটোলৈ বগাইছে বাকী ত্ৰিছটাই কথাটো আওকাণ কৰিছে  বিষটো ক্ৰমশঃ উজাই গৈ আছে । দাঁতবোৰত এতিয়া দখল কৰিছে এটা অজান বিষ আৰু কেতবোৰ প্ৰব্ৰজনকাৰী পোক । দুই…

ছবিত নথকা কথাবোৰ

প্ৰাঞ্জল হাজৰিকা বৰষুণ মানুহ ছবিয়ে আপোনাক বিমোৰত পেলাব পাৰে সঁচা-মিছাৰ মাজত বলাৰ টুপী পিন্ধা কিছুমান অভিজাত মানুহ  আকাশত ওপঙি আছে খিৰিকী খুলিলেই  আপোনাৰ মুখ তিয়াই পেলাব পৰাকৈ সিহঁত উলম্ব ছবিৰ এই প্ৰলোভনক  আপুনি বিশ্বাস কৰিব‌ই লাগিব কাৰণ আপুনি তিতিছে  বেশ্যালয়…