শেষ নোহোৱা বাটটোৰে
উদয় কুমাৰ বৰুৱা শেষ নোহোৱা বাটটোৰে অকলশৰে গৈ থাকোঁতে সানমিহলি ভাবনাবোৰ থিয় পাহাৰ এটা হয় যান-জঁটত ৰৈ দিওঁতে লগ হয় এটা চেৰেলা কুকুৰ এই যেন উদ্যাপিত হ’ব মহাকাব্যৰ শেষ দৃশ্য মোৰ একাকী ভ্ৰমণ আৰু কিমান বাকী ভাবি থাকোঁতেই…
উদয় কুমাৰ বৰুৱা শেষ নোহোৱা বাটটোৰে অকলশৰে গৈ থাকোঁতে সানমিহলি ভাবনাবোৰ থিয় পাহাৰ এটা হয় যান-জঁটত ৰৈ দিওঁতে লগ হয় এটা চেৰেলা কুকুৰ এই যেন উদ্যাপিত হ’ব মহাকাব্যৰ শেষ দৃশ্য মোৰ একাকী ভ্ৰমণ আৰু কিমান বাকী ভাবি থাকোঁতেই…
পাপৰি গোস্বামী আকাশখনে ঢুকি পোৱালৈকে কেৱল নীলা আৰু নীলা…। দূৰৈৰ শান্ত যেন লগা নীলাভাগ ক্ৰমাৎ ওচৰলৈ অহাৰ লগে লগে চঞ্চল হৈ পৰে। যেন বোকোচাত উঠাৰ প্ৰতিযোগিতাহে ইটো সিটো ঢৌৰ…। কাষৰৰ শিলবোৰত ঠেকা খাই পুনৰাই উচাৎ মাৰি নিজ নিজ প্ৰান্তলৈ…
ভাস্কৰ জে নাথ নাকটো আঁতৰাই থলোঁ হাত দুখনো চকু দুটা খোলা ৰাখিলোঁ এয়া কি দেখি আছোঁ বিভৎস বিশৃংখল তোমাৰ চকুত জোনাক গলা ৰাতি এৰা! এতিয়া প্ৰেমৰ কবিতা থাওক হাত দুখন আঁতৰাই ৰখাৰ দৰে নাকটোৰ দৰে মই মোৰ…
জীশোৰ মোৰ আঙুলিৰে গৈ ঘিলু সংযোগী এডাল বিশেষ নাড়ী আছে যি মোৰ মণিবন্ধ কিলাকুটি কান্ধ পাৰ হৈ ডিঙি চুই গতি কৰে ওলমা তাঁৰ বুলি তাত পাৰ চৰাইবোৰ পৰে কেঁচু বুলি আকৌ মাছবোৰে এমূৰৰপৰা খাবলৈ ধৰে এখোপ ওপৰেদি চেও…
নিতুপৰ্ণ ৰাজবংশী
নীলোৎপল বৰুৱা শেহতীয়াকৈ দ্বিতীয় বাৰৰ বাবে মণিমালা দাসৰ ৰচনা আৰু পৰিচালনাৰে ‘ভূমিকন্যা’ নামৰ নাটকখনৰ দৰ্শক হোৱাৰ সৌভাগ্য হ’ল। প্ৰায় নব্বৈ মিনিট দৈৰ্ঘ্যৰ আৰু দহগৰাকী অভিনেত্ৰীৰ (পুৰুষ চৰিত্ৰ নাই) নাটকখন পূৰ্বতে আমি এবাৰ অন্য স্পে’চত চাইছিলোঁ। অৱশ্যে সেয়া প্ৰচেনিয়াম নাছিল। সেয়ে অন্য-স্থানিক পুণঃমঞ্চায়নৰ…
ড০ পোনা মহন্ত পাঁচশ বছৰৰ পূৰ্বে মহাপুৰুষ শংকৰদেৱৰ নেতৃত্বত অসম তথা উত্তৰ-পূবত যি ভক্তি আন্দোলনৰ প্ৰচাৰ আৰু প্ৰসাৰ হৈছিল তাৰ প্ৰভাৱ আছিল সুদূৰপ্ৰসাৰী৷ আন্দোলনটো আৰু ইয়াৰ প্ৰধান গুৰিধৰোঁতাজনকে ধৰি অন্যান্যসকলৰ বিষয়েও যথেষ্ট আলাপ-আলোচনা, চৰ্চা-গৱেষণা হৈছে যদিও বিষয়টোৰ ব্যাপকতা আৰু গভীৰতালৈ…
ড° বুলজিৎ বুঢ়াগোহাঁই ফেশ্বন ডিজাইনাৰ যুৱক-যুৱতীসকলৰ বাবে এটা সুন্দৰ কেৰিয়াৰ হ’ব পাৰে৷ যুৱক-যুৱতীসকলৰ সাজ-পোছাকৰ নিজস্ব সৃষ্টিশীল শৈলী আছে আৰু আনৰ দ্বাৰা নিৰ্ধাৰিত ট্ৰেণ্ড অনুসৰণ নকৰি এটা ট্ৰেণ্ড স্থাপন কৰাত বিশ্বাস কৰে৷ ফেশ্বন ডিজাইনৰ কেৰিয়াৰত কেৱল গ্লেমাৰাছ মানুহক লগ…
অত্ৰেয়ী গোস্বামী এটেমা হালধি বগা মাৰ্বলৰ মজিয়াত পৰি আছে হালধীয়া গোন্ধ এটা বতাহত উটি-ভাহি শোৱনি কোঠালৈ সোমাই গ’ল, তাত মানুহ এগৰাকী উচপ খাই উঠিল৷ মাইকী মানুহবোৰ হালধি হালধি গোন্ধায় বহুতে ঘিণ কৰে, বহুতে ভাল পায়, বহুতে আকৌ গোন্ধটোকে…
পংকজ প্ৰতিম বৰদলৈ দেশে আজাদীৰ অমৃতকাল অৰ্থাৎ, পয়সত্তৰ বছৰ পূৰ্ণ কৰাৰ সময়তে, এক চেতনাস্ৰোত প্ৰৱাহিত হৈছে৷ দেশৰ বৌদ্ধিক মহলত এক আলোচনা প্ৰসাৰিত হৈছে যে ২০৪৭ চনলৈ, যেতিয়া দেশৰ স্বাধীনতাৰ এশবছৰ সম্পূৰ্ণ হ’ব, তেতিয়ালৈ ভাৰতে এখন নতুন সংবিধান গ্ৰহণ কৰা…