বৃত্তৰ ভিতৰত
দীপালি দেৱী চৌধুৰী প্ৰয়োজনত আমি যিবোৰক আকোঁৱালি লওঁ আচলতে লওঁ কি বুলি যি আমাৰ সুবিধাৰ্থে নহয়তোবা ঠিক চেমেলিয়নটোৰ দৰে চাই থাকো চকুৰ ভিতৰৰো তীৰ্যক চকুৰে ঘড়ীৰ সময়ক দোলকেই বুজাই দিয়ে ই চলমান চলি আছে আমাক নিচুকাবলৈ কেতিয়াবা ভেশচনত…
দীপালি দেৱী চৌধুৰী প্ৰয়োজনত আমি যিবোৰক আকোঁৱালি লওঁ আচলতে লওঁ কি বুলি যি আমাৰ সুবিধাৰ্থে নহয়তোবা ঠিক চেমেলিয়নটোৰ দৰে চাই থাকো চকুৰ ভিতৰৰো তীৰ্যক চকুৰে ঘড়ীৰ সময়ক দোলকেই বুজাই দিয়ে ই চলমান চলি আছে আমাক নিচুকাবলৈ কেতিয়াবা ভেশচনত…
কিশোৰ বড়ো ইকুল-সিকুল ৰঙ্গমঞ্চত ব্যাকুল ইখন নাৱত এখন আৰু সিখন নাৱত আনখন ভৰি মনৰ মাজত বুদ্ধ থাকিলেও যুদ্ধ এখন চলি থাকে সেইকথা নাৱে নাজানে মই ‘মই’ হৈ থকাৰ যুদ্ধখনৰ বাবে মই ‘মই’ হৈ থাকিব নোৱাৰোঁ আৰু তয়াময়া…
জয়ন্ত দত্ত পঢ় পঢ় পঢ় আখৰৰ জখলাৰে উধাইহে উভালিব পাৰিবি কঙালৰ কাঁইট কলঢোপ কলঢোপকৈ আছোঁ পুতৌৰ চাবুকেৰে কোবাই আঁচনিৰ এৰেহাই কিতাপৰ হাতেৰেহে তুলিব পাৰিব আকিঞ্চন সাগৰৰ অতলৰ পৰা পিছে হালধীয়া গাড়ীবোৰত যোৱা ফিট-ফাট ফুকলীয়াবোৰৰ সৈতে সমানে খোজ…
জুবিলী গগৈ নজনাকৈয়ে আহিলোঁ বহুদূৰ নজনাকৈয়ে বুলিলোঁ বাট একা-বেঁকা পথেৰে দুচকুত আন্ধাৰ লৈ পিঠিত বোজা বান্ধি কৰি থাকিলোঁ অপেক্ষা সেউজীয়া পোহৰ বিয়পি যোৱালৈ ভিৰৰ মাজতো কৰি থাকিলোঁ অবিৰত জীৱন-পাঠ ছানি পৰা চকুত ধূলি মাৰি গুচি…
সত্যজিৎ গগৈ অসমৰ শিক্ষা ব্যৱস্থা পুতৌ লগা ৷ ৰাজনৈতিক লাভালাভৰ বাবেই চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলকো হিতাধিকাৰীলৈ পৰিৱৰ্তিত কৰিলে৷ কেৱল কৰ সংগ্ৰহৰ বাবেই কাঠফুলাৰ দৰে যেনিয়ে-তেনিয়ে ব্যক্তিগত খণ্ডৰ স্কুল খুলিবলৈ অনুমতি দিয়া হৈছে ৷ চৰকাৰৰ সকলো কৰ্মচাৰী, নেতা-পালিনেতাই নিজৰ নিজৰ সন্তানক চৰকাৰী স্কুলত নপঢ়ুৱাই…
ৰেমী শৰ্মা এহাল প্ৰেমিক প্ৰেমিকাই কথা পাতিছে পুৰণা চিনেমা হলটোৰ কাষৰ পাণদোকানখনত ৰৈ ল’ৰাজনে তাইৰ চকুলৈ চোৱা নাই চিনেমা হলটোৰ ভাগি পৰা মুধচত পৰি এহাল চাকৈ-চকোৱাই ঠোঁটত ঠোঁট লগাই কেচকেচাই আছে চিগাৰেট এটা আঙুলিৰ ফাঁকত ৰাখি সি আৰম্ভ…
নিতুপৰ্ণ ৰাজবংশী পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT
নীলোৎপল বৰুৱা অসমীয়া নাটকৰ ক্ষেত্ৰখনত ভাস্কৰ বৰুৱা এটা উদীয়মান চিনাকী নাম। নিৰন্তৰ ক্ষিপ্ৰতাৰে যোৱা দশকটোত নাটকৰ কাম কৰি কাহিনী কথনৰ নিজা কৌশল তৈয়াৰ কৰা ভাস্কৰ বৰুৱা ইতিমধ্যে নিজা শৈলীৰে প্ৰোজ্জ্বল হৈ উঠিছে। মঞ্চায়নৰ স্থানিক আৰু মাত্ৰিক পৰিৱেশক লৈ সম্পৰীক্ষা চলাই…
দীপিকা শইকীয়া মাটিৰ মাতষাৰকে ওঁঠত লৈ ফুৰিছোঁ মাতষাৰেই পুহিছে জীৱন মাতৰ চুমাই জুৰিছে হিয়া হাবিৰ জোপোহা বিজুলী বাঁহজোপাত সোমাই থাকে হঁয়কলি ইনাই-বিনাই কণ্ঠত নিয়াৰি কোমলকৈ মাটিৰ ভাষা পৰ্বত-পাহাৰ ফালি কল-কল সুৰেৰে আহিছে নৈখন বৈ অটল চেতনাৰ সোঁৱৰণী…
হিল্লোলজ্যোতি সিংহ – নাজানো, কোনো কাৰণ নাই! যেনেকৈ কোনো কাৰণ নোহোৱাকৈ মাটিৰ কঁপনি উঠে নিঃশব্দে সৰি পৰিলে ফুলবোৰ… নোখোৱাকৈ পাৰ কৰিছোঁ বহু নিশা মেদ কমোৱাৰ বিলাসিতাৰ বাবে নহয় ভোক নাছিল বাবেও নহয় মোৰ কাৰণ আছিল অভাৱ …