মামণি ৰয়ছম গোস্বামীৰ সাহিত্যত জীৱনৰ দ্বন্দ্ব
ৰত্না ভৰালী তালুকদাৰ বিংশ শতাব্দীৰ বিশ্বৰ এক বিস্ময় পুৰুষ, চিত্ৰকলাত ‘কিউবিজম্’ৰ আৱিষ্কাৰ কৰা বিশ্ববিশ্ৰুত চিত্ৰশিল্পী আৰু ভাস্কৰ পাবলো পিকাছোৱে কলা সম্পৰ্কে এষাৰ কথা কৈছিল, “Art is a lie that makes us realize the truth”, অৰ্থাৎ ‘কলা হৈছে সেই প্ৰলোভন বা প্ৰৰোচনা, যি…