উলাহেৰে উভতি চাওঁ-১৬
ড০ পোনা মহন্ত শংকৰদেৱ চৰ্চাৰ আদিপাঠ উজনিৰ এখন মহাপুৰুষীয়া সত্ৰত জন্ম লাভ কৰি আমি তেনেই সৰুকালতে পোৱা আটাইতকৈ ডাঙৰ সম্পদ হ’ল মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ নাম আৰু কৰ্মৰ সৈতে হোৱা সাধাৰণ পৰিচয়৷ ‘কৰ্ম’ মানে দুয়োগৰাকী মহাপুৰুষৰ বিচিত্ৰ ৰচনাৰাজিৰ কথা কোৱা হোৱা নাই, ইয়াৰ…