Category অন্যযুগ, এপ্ৰিল, ২০২২

শিলচাঙৰ বিহুফুল

বংশী বৰা   এতিয়া সোণাৰুৰ গাভিনী চৰ্যা শুভ সৌন্দৰ্যৰ কৃষ্ণ গীতাপাঠ আজাৰৰ হাজাৰ নাহৰৰ চাকিৰ শৰাই ৰঙা সাগৰ শিমলুৰ চেলেং বাট স্বৰ্ণ চম্পা। দীঘলীয়া তাঁতশাল   আমাৰ জীয়াসুঁতিত ধল। উত্ৰাৱল প্রৱাহ নদী হৈ নদীত উটি আহে শিল-বালি বালিৰ গভীৰতা। বিশালতা।…

কবিজনৰ নেপথ্যত

 দিলীপ ফুকন         কবিসকলে নিজৰ ৰুচি অনুসৰি যিকোনো বিষয়বস্তুক ভিত্তি কৰি কবিতা লিখে৷ যিটো বিষয়বস্তু বাছি লোৱা হয়, সেই বিষয়টোৰ ওপৰত প্ৰাথমিক বোধ নাথাকিলে তাত কবিতাৰ জলবায়ু সৃষ্টি নহয়৷ জীৱনৰ অভিজ্ঞতা আৰু অধ্যয়নৰ মাধ্যমেৰে আহৰিত প্ৰজ্ঞাই আমাক সমৃদ্ধ কৰি তোলে,…

দেৱাল শিল্প আৰু প্ৰতিবাদী সত্তা

 পঙ্কজ প্ৰতিম বৰদলৈ গুৱাহাটীৰ বশিষ্ঠ অঞ্চলৰ এখন ফ্লাইঅভাৰৰ দেৱালত কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ চিত্ৰ সম্বলিত এক দেৱাল শিল্পৰ অংকণৰ বাবে এটা শিল্প অনুষ্ঠানৰ কেইজনমান শিল্পীক আৰক্ষীয়ে আৰক্ষী চকীলৈ লৈ যোৱাৰ লগতে, তেওঁলোকক এই শিল্পকৰ্মক দেৱালৰ পৰা আঁতৰ কৰিবৰ বাবেও…

হিন্দী গল্পত তৃতীয় লিংগৰ প্ৰসংগ

 লক্ষ্যজিৎ হাজৰিকা          বিভিন্ন সাহিত্যৰূপত তৃতীয় লিংগৰ প্ৰসংগই বিভিন্ন ধৰণেৰে স্থান লাভ কৰি আহিছে৷ আধুনিক সাহিত্যৰ এক বিশেষ ৰূপ চুটিগল্পও ইয়াৰ ব্যতিক্ৰম নহয়৷ তৃতীয় লিংগৰ লোকসকলৰ হাঁহি-কান্দোন, সুখ-দুখ, তেওঁলোকৰ সামাজিক স্থানৰ বিৱৰণ গল্পৰ মাজত দেখিবলৈ পোৱা যায়৷…

বহাগৰ কবিতা এফাকি

শিখা গোস্বামী মহন্ত তোমাৰ পৰা আঁতৰি থকাৰ হাজাৰটা সহজ অজুহাত সামৰি-সুতৰি শেষ নোহোৱা তুমি নামৰ উদ্ৰেক প্ৰাসংগিক-অপ্ৰাসংগিকতাৰ এযোজন দূৰত এই অৱস্থান উমলি নিজক নিচুকাই কি এক ভ্ৰম… ৰ’দে জকেমকাই ফুলি উঠা সোণাৰুফুলীয়া ভাবনা আকাশী লতাত জিলিকি উঠে সোণপৰুৱা হেন এটি…

ফা-ঘুণ

স্ৰোতস্বিনী তামুলী যোছেফ মাৰাকৰ কটা যোৱা ভৰিখনত শুকান পাতৰ খৰমৰণি   বাঘজানৰ মানুহবোৰৰ চকুত শিমলুৰ ৰঙা   মোৰ মূৰৰ ওপৰত ফটফটীয়া নীলাতকৈও নীলা আকাশ   এয়া মোৰ ফাগুন তলসৰা! পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT

অকণিয়ে অঁকা ছবি

 ‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ  আগবঢ়াইছোঁ  তিনিচুকীয়া ইংলিছ একাডেমিৰ কে জিৰ ছাত্ৰ   সৌজন্য কাশ্যপ বৰদলৈই অঁকা ছবি পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT

এঘণ্টাৰ গল্প

মূল : কেইট  চ’পিন, The story of an hour  অনুবাদ : নিংকু নিশা নেওগ           মিচেছ মেলাৰ্ডে বহুদিন ধৰি হৃদযন্ত্ৰৰ অসুখত ভুগি থকাৰ কথা সকলোৱেই জানে। সেয়ে তেওঁৰ স্বামীৰ মৃত্যুৰ খবৰটো তেওঁক জনাওঁতে সকলোৱে বিশেষ সাৱধানতা অৱলম্বন কৰিছে।   …

ঘনচিৰিকাৰ ভয়

নিৰু দত্ত দুগালত সানি চন্দনৰ গুড়ি           ঘৰচিৰিকা  ওলাল বাজ বাহত থাকিল পোৱালি দুটা          চিৰিক চিৰিক মাত । আইদেউৰ চোতালত  মৰণা মাৰিছে           দুহালকৈ বলধ যুটি, সৰিয়হ মাটিমাহ…

বসন্ত বিশেষ: বসন্তৰ পক্ষী (১) কুলি-কেতেকী

বুবুল শৰ্মা মতা কুলি সুৱদি কুলিৰ সুৰৰ মূৰ্ছনাই,মৰুময় পৃথিৱীৰ বুকুত যেন মৰূদ্যানৰ সম্ভেদ দিছে ৷ শীতৰ ঠেঁটুৱৈ জাৰত গছৰ পাত সৰি গছ লঙঠা হয় ৷ পিছে মাঘী বৰষুণজাকৰ পাছৰে পৰাচোন দূৰ-দূৰণিৰ পৰা ৰিণিকি ৰিণিকি ভাহি আহিল কুলি-কেতেকীৰ মাত ৷ গছবোৰ…