এগ্ৰিভ’ল্টেইক্স— ভূমিৰ যথাযথ ব্যৱহাৰ— ধাৰণক্ষম খাদ্য উৎপাদন
ড০ ভাৰত বৰুৱা উদ্ভিদৰ বিকাশৰ বাবে সূৰ্যৰ পোহৰ আৰু তাপ দুয়োটাৰে অতিকে প্ৰয়োজন। সূৰ্যৰ পৰা বিকিৰিত তাপ আৰু পোহৰৰ মান আৰু পৰিমাণ দুয়োটাই বায়ুমণ্ডলীয় পৰিস্থিতি আৰু ঋতুৰ ওপৰত নিৰ্ভৰশীল। সূৰ্যৰ তাপ আৰু পোহৰে যিহেতু উদ্ভিদৰ ভিতৰভাগত হোৱা বহু ৰাসায়নিক কাৰ্যকলাপৰ বাবে…