‘কবিতা বিদ্ৰোহ’
পংকজ প্ৰতিম বৰদলৈ সমাজ আৰু জাতি যেতিয়া সংকটৰ সন্মুখীন হয়, প্ৰতিবাদী জনতাই যেতিয়া বজ্ৰনিনাদেৰে ৰাজপথ কঁপাই তোলে, সেই আৱেগ, জোৱাৰ আৰু প্ৰতিবাদী সত্তাই সকলোৰে মন চুই যায়৷ সৃষ্টিশীল মনবোৰ বেছি সংবেদনশীল আৰু কবি, গীতিকাৰ, চিত্ৰকৰ আদি শিল্পীসকলৰ মন–মগজু সংকটময় সময়ে বেছিকৈ উদ্বেলিত কৰি তোলে আৰু তেতিয়াই সৃষ্টি হয় কিছু…