ৰেচমবিদ্যা (Sericulture)
ড° বুলজিৎ বুঢ়াগোহাঁই ‘ৰেচমবিদ্যা’ পঢ়ি ছাত্র-ছাত্রীসকলে সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে৷ ইয়াৰ বাবে ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱা পাছত ‘ৰেচমবিদ্যা’-ৰ স্নাতক পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে৷ ‘ৰেচমবিদ্যা’-ত চাৰ্টিফিকেট, ডিপ্লমা, স্নাতক, স্নাতকোত্তৰ, এম.ফিল. আৰু পি.এইছ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পাৰি৷ দেশৰ…