মেঘৰ আঁৰৰ যুঁজ আৰু ছিচলুনাৰ ৰণভূমি
ড° ভাৰত বৰুৱা মহাকাব্য ৰামায়ণৰ লংকা কাণ্ডৰ এজন অন্যতম নায়ক হৈছে “ইন্দ্ৰজিৎ” বা “মেঘনাদ” বা “মেঘনাথম্”। দেৱৰাজ ইন্দ্ৰক জয় কৰি তেওঁ ইন্দ্ৰজিৎ নাম পাইছিল। আনহাতে তেওঁ জন্ম হৈয়েই যি কান্দোন জুৰিছিল সেয়া মেঘৰ গৰ্জনৰ দৰেই আছিল, সেই বাবেই তেওঁৰ নাম মেঘনাদ…