বন্ধৰ পদ্য
ৰচনা পাঠক কেনে মজা, আজি কোনে পায় কোৱাঁচোন, লক্ডাউন, স্কুল নাই, তাতে দিছে বৰষুণ; বৰ ভাল হ’ব জানা, সঁচা মিছা ভবা মানা – শুই শুই চাবলৈ মিঠা মিঠা ধুনীয়া সপোন। নাথাকিব তাত জানা কিতাপৰ বোজা, মিছ্ আৰু টিছাৰ চব তাত হোজা; মা-দেউতায়ো খোলে আমাৰ…
ৰচনা পাঠক কেনে মজা, আজি কোনে পায় কোৱাঁচোন, লক্ডাউন, স্কুল নাই, তাতে দিছে বৰষুণ; বৰ ভাল হ’ব জানা, সঁচা মিছা ভবা মানা – শুই শুই চাবলৈ মিঠা মিঠা ধুনীয়া সপোন। নাথাকিব তাত জানা কিতাপৰ বোজা, মিছ্ আৰু টিছাৰ চব তাত হোজা; মা-দেউতায়ো খোলে আমাৰ…
লোকপৰিৱেশ্য কলা হিচাপে দেওধনী নৃত্য কলচুম বিবি অসমত অতীতৰে পৰা বিভিন্ন নৃগোষ্ঠীয় লোকে বসবাস কৰি আহিছে। তেওঁলোকৰ প্ৰত্যেকৰে নিজা নিজা ভাষা আৰু উপভাষা আছে। ইয়াৰ লগতে সমান্তৰালভাৱে নিজস্ব সাংস্কৃতিক পৰিচয়ো আছে। তদুপৰি ঐতিহাসিক, ভৌগোলিক, সামাজিক ক্ষেত্ৰতো বৈশিষ্ট্য আছে। এইবোৰে অসমীয়া সংস্কৃতিত…
আমাৰ ভৱিষ্যৎ বৰ্তমান সময়ত সমগ্ৰ মানৱ সমাজেই নিজৰ ভৱিষ্যতক লৈ শঙ্কিত আৰু সন্দেহশীল। বিশেষকৈ গভীৰ মহাকাশতো বিচৰণ কৰিবলৈ ওলোৱা প্ৰযুক্তিৰ অধিকাৰী মানুহে যেতিয়াই ন’ভেল ক’ৰ’না ভাইৰাছ নামৰ চকুৰে নেদেখা ক্ষুদ্ৰাতিক্ষুদ্ৰ বিষাণু এটাৰ সন্মুখত অসহায় হৈ পৰিল, তেতিয়াই সকলোৰে মনত সন্দেহ…
জোনমণি দাস শেৱালি নেৱালি বকুল তগৰ নাহৰ খৰিকাজাঁই, গোলাপ কাঞ্চন ৰজনীগন্ধাই গোন্ধে মলমলায়। ভেঁট-পদুমে বিলত বৰষায় আটকধুনীয়া হাঁহি, নাৰ্জি চম্পা অপৰাজিতাই মেলে কোমল পাহি। শিমলু পলাশ সৌৰভবিহীন ফাগুন মাহত ফুলে, বহাগ মাহত কপৌপাহিয়ে গছৰ ডালত দোলে। কথনা আৰু কামিনীকাঞ্চনৰ ধুনীয়া…
আবেদুৰ ৰহমান (বিশ্ব গ্ৰন্থাগাৰিক দিৱস উপলক্ষে বিশেষ লেখা) প্ৰস্তাৱনা: সাম্প্ৰতিক সময়ছোৱাত মানৱ সমাজক নানানটা প্ৰত্যাহ্বান, উদ্বেগৰ খবৰে বিচলিত কৰি ৰখাৰ সমান্তৰালভাৱে অন্য এটা বিষয়ে বিশ্বৰ সুধী সমাজক চিন্তিত কৰি তুলিছে। আধুনিক বিশ্বত ছপা গ্ৰন্থৰ ভৱিষ্যৎ কি? আমাৰ পৰৱৰ্তী প্রজন্মই ছপা…
ড° ৰাস্না ৰাজখোৱা যিবোৰ ৰাশিক আমি জুখিব পাৰোঁ সেই ৰাশিবোৰক ভৌতিক ৰাশি (physical quantity) বুলি কোৱা হয়। উদাহৰণস্বৰূপে সময়, দীঘ, ওজন, বেগ ইত্যাদি ৰাশিসমূহক জুখিব পাৰোঁ বাবেই এইবোৰ ভৌতিক ৰাশি। আনহাতে আমাৰ গাটো বেয়া লগা বা মনটো ভাল লাগি থকা—…
ড° বুলজিৎ বুঢ়াগোহাঁই ‘লাইব্রেৰি এণ্ড ইন্ফৰমেশ্বন ছায়েন্স’ পঢ়ি ছাত্র-ছাত্রীসকলে কেৰিয়াৰ গঢ়িব পাৰে৷ ইয়াৰ বাবে ছাত্র-ছাত্রীসকলে যিকোনো শাখাত স্নাতক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত ‘লাইব্রেৰি এণ্ড ইন্ফৰমেশ্বন ছায়েন্স’–ৰ চাৰ্টিফিকেইট, ডিপ্ল’মা, স্নাতক তথা স্নাতকোত্তৰ পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে৷ ইয়াৰ উপৰি ‘লাইব্রেৰি এণ্ড্ ইন্ফৰমেশ্বন…
প্ৰসেনজিৎ চৌধুৰী ১৯৩৬ চন৷ বাৰ্লিনত মহা আড়ম্বৰেৰে অনুষ্ঠিত হৈছিল অলিম্পিক৷ লং জাম্পত জাৰ্মানিৰ হৈ অংশ লৈছে সপ্ৰতিভ শ্বেতাংগ খেলুৱৈ লুজ লঙে৷ দৰ্শকৰ মাজত উপৱিষ্ট নাজি নায়ক হিটলাৰ প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্যায়ত লং জাম্পৰ বিজয়ী হ’ল আমেৰিকাৰ কৃষ্ণাংগ ক্ৰীড়ক জেছি ৱেন্ছ৷ প্ৰচন্দ…
ড° ৰাজকুমাৰ মজিন্দাৰ সমকালীন কলা বুলিলে সমগ্ৰ পৃথিৱীৰ ভৌগোলিক-সাংস্কৃতিক ভিন্নতা, জীৱন যাপন তথা কাৰিকৰী কলা-কোৗশলগত প্ৰচন্দ অগ্ৰগতি, পৰিৱৰ্তনৰ ফলস্বৰূপ আজিৰ কলা অথবা সমকালীন যি কুৰি শতিকাৰ শেষৰ ফালে অথবা একবিংশ শতিকাৰ পৰা অধিক ৰূপত মূৰ্ত হৈছে৷ আনহাতে চিত্ৰকলা, ভাস্কৰ্য, ছপা…
ড° চন্দ্ৰধৰ চমুৱা পাছদিনা পুৱা। ৰাতি ডাঙৰকৈ বৰষুণ দিয়াৰ পাছত আকাশ ফৰকাল। পথাৰবোৰত পানী ৰৈছে। হালোৱাই হাল-কোৰ লৈ পথাৰলৈ গৈছে। কোনো কোনোৱে ইতিমধ্যে হাল জুৰিছেই। ক’ৰবাত গজলীয়া ম’হ হলীয়াকৈ বোৱা হৈছে, ক’ৰবাত ডেমেহাগুটীয়া ম’হৰ হাল। লগত বা ওচৰত হয়তো দুই-তিনিহাল…