বেহুৱা
চিৰঞ্জীৱ দত্ত পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
চিৰঞ্জীৱ দত্ত পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ ৰঞ্জুমণি মহন্ত যোৱা ২৯ জুলাই তাৰিখে কেন্দ্ৰীয় চৰকাৰে প্ৰায় তিনিটা দশকৰ পাছত দেশৰ প্ৰচলিত শিক্ষানীতিৰ পৰিৱৰ্তন কৰি এক নতুন শিক্ষানীতি ঘোষণা কৰিছে৷ আনন্দৰ কথা যে এই নতুন শিক্ষানীতি দেশখনৰ শিক্ষাব্যৱস্থালৈ কেইবাটাও বৈপ্লৱিক পৰিৱৰ্তন অনাৰ কথা ঘোষণা কৰা হৈছে৷…
জিন্তু গীতাৰ্থ
ফাৰহান জাৱেদ ঘনঘোৰ আন্ধাৰত লুকাই থকা সভ্যতাক কোনে পোহৰৰ বাট দেখুৱায়? পোহৰ নৈকত্যপিয়াসী সাধাৰণ নাগৰিকৰ বাবে কোনে যুঁজ দিয়ে? নিশ্চয়কৈ এজন শিল্পীৰ কথাই আমি কল্পনা কৰিম (তেওঁ এজন কবি-লেখক, সংগীত-নৃত্য, অভিনয়, চিত্ৰ-ভাস্কৰ্য বা অন্য যিকোনো পৰিৱেশ্য শিল্পী হ’ব পাৰে)। এজন…
ননী বৰপূজাৰীৰ শিল্পকৰ্ম পূৰ্বৱৰ্তী পৃষ্ঠা
আকাশ দীপ্ত ঠাকুৰ (যোৱা সংখ্যাৰ পিছৰ পৰা) নীলাঞ্জনাহঁতৰ পৰীক্ষাৰ ৰিজাল্ট ওলাবলৈ বেছি দিন নাই বুলি খা-খবৰবোৰ কাৰোবাৰ মুখেৰে গম পোৱা গৈছিল। দোকানৰ সন্মুখৰ গ্ৰাহকেনো নাগায় কি! বিভিন্ন কথা বিভিন্ন বাতৰি…। কিন্তু নিশা চাৰে ন বজাৰ পাছত কেতিয়াবা ঘৰখনৰ বাহিৰৰ ফালে…
ৰশ্মিৰেখা ভূঞা আজি মই আপোনালোকক যিটো গল্প ক’বলৈ ওলাইছোঁ তাৰ নায়কজন এজন কবি। শব্দৰ লগত খেলা কৰাই যাৰ নিচা। যাৰ তেজত শব্দই ঘৰ সাজে। কবি বে-পৰোৱা। কবিৰ বিষয়ে কোনে কি ভাবে, তাক লৈ তেওঁৰ কোনো গুৰুত্ব নাই। নিজৰ কামত সদায়…
স্পৰ্শহীন স্পৰ্শ হৰেকৃষ্ণ ডেকা স্পৰ্শ নিষিদ্ধ। কিন্তু তাৰ মাতে তাইৰ ওঁঠ স্পৰ্শ কৰিছিল৷ নিষেধাজ্ঞাৰ নঙলা জঁপিয়াই তাত চুমা খাইছিল। তাইৰ চাৱনিত আঙুলি গজিছিল। তাৰ গাত চেতাৰৰ আলাপ হৈছিল। প্ৰহৰীসকলে দেখা নাছিল। তাইৰ চকুৰ ঠাৰত নাচৰ মুদ্ৰা৷ তাৰ চকুৰ মণিত নৃত্যৰতা।…
ডা° ধ্ৰুৱজ্যোতি বৰা এই মুহূৰ্তত যদি অসমত কিবা বিষয়ৰ সম্পৰ্কে আটাইতকৈ বেছি ‘কন্ফিউজন’ আহে, তেনেহ’লে সি হ’ল অসমীয়াৰ সংজ্ঞা সম্পৰ্কে। এই বিষয়ে মোৰ লগত বোধকৰোঁ কোনো দ্বিমত নহ’ব। কোনেও অসমীয়াৰ এটা সৰ্বজনগ্রাহ্য সংজ্ঞা দিব পৰা নাই। কিন্তু চিন্তাৰ কথা এইটোহে…