সম্পাদকীয়
উচ্চশিক্ষাৰ সংস্কাৰ আৰু কিছুমান এৰাব নোৱৰা প্ৰসঙ্গ আধুনিক পৃথিৱীৰ শিক্ষাব্যৱস্থাৰ মানচিত্ৰত আমেৰিকান বিশ্ববিদ্যালয়সমূহৰ এক বিশেষ স্থান আছে৷ বিশেষকৈ আমেৰিকান বিশ্ববিদ্যালয়সমূহে মৌলিক গৱেষণাৰ দিশত স্বতন্ত্ৰভাৱে আগ বাঢ়িব পাৰে কাৰণেই বিভিন্ন দেশৰ প্ৰতিভাশালী শিক্ষাৰ্থী আৰু শিক্ষাৱিদ-বিজ্ঞানীৰ বাবে আমেৰিকা আগ্ৰহৰ স্থান৷…