পৰজীৱী
নৱনীতা ভট্টাচাৰ্য টিটিৰ দিনলিপিখন পঢ়াৰ পিছৰে পৰা তাৰ প্ৰতি মোৰ আকৰ্ষণ বাঢ়ি গৈছে৷ তাৰ কিছুমান কথা শুনিবলৈ খুব সাধাৰণ যেন লাগিলেও বৰ গুৰুত্বপূৰ্ণ। তাৰ কথাবোৰে মোক আমোদ দিয়াতকৈ বেছি আচৰিতহে কৰি তোলে৷ তাৰ নিচিনা অনুসন্ধিৎসু মনৰ গৰাকী হয়তো সমাজত তেনেই তাকৰ।…