Category অন্যযুগ, মে’, ২০২৩

কুঁহিয়াৰ কথা

স্বপ্নালী কলিতা   কথাবোৰ তাই কুঁহিয়াৰ বন্ধাদি কণা কণাকৈ বান্ধি গ’ল   কোনোটো কণাত কথাৰ লেচেৰি পাক কোনোবাটোত আকৌ কেৰ্কেটুৱাই খোৱা কুঁহিয়াৰৰ দৰে পেটটো খোলা ওলোৱা   কোনোবাটোত ধঁনুৰ দৰে বেঁকা অভঁজা   কোনোবাটোৰ কথাবোৰে নিঘুণী কুঁহিয়াৰডালৰ দৰে সমগ্ৰ কণাটোক…

ভালপোৱাৰ এসাঁজ ভাত

 প্ৰতীক্ষা বৰা   ভালপোৱাৰ এসাঁজ ভাতেই যথেষ্ট।  আৰুনো কি লাগে? এমুঠি দাইল, চাউলৰ বাবেইতো যতমানে হাহাকাৰ, মৰা–কটা, অন্যায়–অবিচাৰ, অঁৰিয়াঅঁৰি। তাতেই যদি কপালত মিলি যায় সুস্বাদু বিবিধ ব্যঞ্জনেৰে সজাই যতনাই দিয়া এখন ভাতৰ কাঁহী, আমাৰ দৰে মানুহে সুখ বিচাৰি পাওঁ তাতেই। …

খবৰ

ৰিপুঞ্জয় বৰুৱা ঋমন       মানুহে কয়  ভগৱানৰ সৃষ্টিত ভুল হৈছে  মই হেনো পাগল ।   নিজক বিচাৰি নোপোৱা ছবি এখনত  বাৰে বাৰে নিজকেই বিচাৰি  এনেয়ে যিকোনো কথা পাতি থাকোঁ ।    জেণ্ডাৰ যিয়েই নহওক  কথা পাতিবলৈ লগ এটা…

প্ৰান্তত

বৰ্ণালী বৰা     এঙাৰ গিলা আকাশখনে কিছুমান কাহিনী পুহি ৰাখে জুই ভালপোৱা মানুহবোৰে কাহিনীৰ আঁত বিচাৰি ফুৰোঁতে নিজেই একোটা কাহিনীৰ জুমুঠি হৈ পৰে   কাহিনীবোৰ বতাহত উৰে কাহিনীবোৰ চোলাৰ জেপত নাচে   আঙুলিৰ মূৰত নিমখৰ দাম গণি সেয়া কোন…

বচা বকুল

 ৰমানন্দন বৰা ছাব্বিছ দহ দিন পাৰ নৌ হওঁতেই ঘটনাটো ঘটিল৷ দাউ দাউকৈ জ্বলি উঠিল নতুন চাপৰিৰ জুপুৰিকেইটা৷ সন্ধিয়া লাগি ভাগিছিল৷ তেনেকুৱাতে বকুল চাপৰিৰ মানুহৰ হুলস্থুল লাগিল৷ জুই… জুই… সঁচাকৈয়ে একুৰা ভয়ঙ্কৰ জুয়ে পোহৰ কৰি তুলিছে নতুন চাপৰিৰ আকাশ৷ আটাইবোৰ মানুহে…

উচ্চ শিক্ষাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা আৰু প্ৰস্তুতি

 ড° বুলজিৎ  বুঢ়াগোহাঁই   উচ্চ শিক্ষাৰ বাবে বিভিন্ন পাঠ্যক্রমত নামভৰ্তিৰ বাবে অনুষ্ঠিত কৰা কেইটামান প্ৰতিযোগিতামূলক পৰীক্ষা হ’ল – সাধাৰণ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা (Common University Entrance Test, CUET; ); বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউজিচি)-নেট (University Grants Commission, UGC-NET ; ); বৈজ্ঞানিক আৰু…

বুৰঞ্জী, ভাষা-সংস্কৃতি আৰু ঐতিহ্য-পৰম্পৰা ৰক্ষাত মহন, দেওধাই আৰু বাইলুংসকলৰ ভূমিকা

 পদ্মজা বৰুৱা মহন   প্ৰতিটো জাতি-জনগোষ্ঠীৰে একোটিকৈ স্বকীয় বৈশিষ্ট্য আছে৷ জাতিটোৰ বুৰঞ্জী, ভাষা-সংস্কৃতি, ঐতিহ্য-পৰম্পৰা আদিয়ে সেই বৈশিষ্ট্য নিৰূপণ কৰাত সহায় কৰে৷  ইতিমধ্যেই বিশ্বৰ বুকুত গৌৰৱময় আসন অধিকাৰ কৰি নিজৰ মহত্ব আৰু স্বকীয়তা প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা জাতি-জনগোষ্ঠী সমূহলৈ লক্ষ্য কৰিলে…

নিউৰ’টেকন’ল’জি

 ড০ ভাৰত বৰুৱা   আজিৰ যুগটো এনে হৈ পৰিছে যে প্ৰায় সকলো মানুহেই সকলো সময়তেই কিবা নহয় কিবা এবিধ ইলেক্ট্ৰ’নিক সঁজুলিৰ লগত কিবা নহয় কিবা প্ৰকাৰে যুক্ত হৈ আছে। ৰাতিপুৱা শুই উঠাৰ বাবে ব্যৱহাৰ কৰা ম’বাইল ফ’নৰ এলাৰ্মৰ পৰা আৰম্ভ…

সপোনৰ সোণালী বাহ

ড০ ৰমেশ চন্দ্ৰ গোস্বামী   হৃদয়ৰ ছাঁত ক্ষন্তেক জিৰণি লয় সপোনটোৱে৷ ময়ূৰপংখীৰ টিঙত বহি নৈৰ বুকুৰে উজাই কেনি উটি যায় (লংকাৰ বণিজ বিচাৰি!) উদ্দাম বতাহৰ আঁচোৰত ছিৰাছিৰ হয় তাৰ মসৃণ কলিজা মুনিচুনি পৰতো সি ঈপ্সিতৰ নাপালে সন্ধান৷   হৃদয়ৰ ছাঁত…