নেপ্থেলিন
অনুভৱ তুলসী নেপ্থেলিনৰ গুটিবোৰ গ্লুক’মা ৰঙৰ কিতাপৰ কাষে কাষে থৈ দিছিলোঁ কণা হওক ছিলভাৰ ফিছৰ চকু নহ’লে যে কিতাপো কেচেমা-কেচেম গোন্ধায় জয়াল কল্পনাত শিহৰিত পঢ়ুৱৈ আঙুলি কলহে কলহে আৰবৰ অগৰnৰে ধোৱা লেডী মেকবেথৰ কণমানি দুখনি হাত জৰায়ুত যাৰ আয়ুস মাথোঁ…