ৰূপেশ্বৰ বায়ন
জয়ন্ত দত্ত অক থুঃ! ৰূপেশ্বৰ বায়নে আজিও সপোনত ৰাকেশ দত্তক দেখিলে। সপোনতে আপোনা-আপুনি মুখৰ পৰা ছিটিকি পৰিল থু এথেপা। বাহি থুৰ অকটা গোন্ধ এটাই সাবটি ধৰিলেহি কোঠাটো। মানুহটো খপ্-জপ্কৈ সাৰ পাই গ’ল আৰু বিছনাৰ পৰাই ঢুকি পোৱাতে থকা বেৰৰ…
জয়ন্ত দত্ত অক থুঃ! ৰূপেশ্বৰ বায়নে আজিও সপোনত ৰাকেশ দত্তক দেখিলে। সপোনতে আপোনা-আপুনি মুখৰ পৰা ছিটিকি পৰিল থু এথেপা। বাহি থুৰ অকটা গোন্ধ এটাই সাবটি ধৰিলেহি কোঠাটো। মানুহটো খপ্-জপ্কৈ সাৰ পাই গ’ল আৰু বিছনাৰ পৰাই ঢুকি পোৱাতে থকা বেৰৰ…
দাদুল দেৱকৃষ্ণ বৰুৱা সাধুটো মনত আছেনে আপোনাৰ? ল’ৰালিতে শুনা সেই ৰজাজনৰ সাধুটো যে! তেওঁৰ যে চাৰিগৰাকী কন্যা আছিল। কোনগৰাকী কন্যাই ৰজাক কিমান ভাল পায় বুলি এদিন প্ৰশ্ন কৰোঁতে যে প্ৰথমগৰাকী ৰাজকন্যাই পিতাকক চেনিৰ দৰে ভাল পাওঁ বুলি কৈছিল। দ্বিতীয়গৰাকীয়ে…
ৰমানন্দন বৰা তেৰ নৈ কাষৰ গছৰ থিৰতা নাই৷ নৈ পাৰৰ মাটিৰ থিৰতা নাই৷ কেতিয়া কোন পাকত খহনীয়াই নিয়ে ঠিকনা নাই৷ নৈ সিপাৰৰ মাটি থাকিলে ৰোৱা-তোলা কৰা কত আহুকলীয়া কাম, জানোতাইহে জানে৷ তথাপি নৈৰ বুকুতে মানুহে জীৱনৰ সপোন বিচাৰে৷ নৈৰ…
বিভাৰাণী তালুকদাৰ ধপ্ধপ্ পাখিৰ মাত শুনা কিজানি ধূপৰ গোন্ধত বাৰে বাৰে দুগাল মচা গোন্ধাওঁ জানো ধূপৰ দৰে! ধোঁৱাই ঢকা চিমনিৰ তলত শিখা এটি হৈ ৰ’লোঁ এঘাৰদিন তোমাৰ খেয়াল নহ’ল মৰিশালিৰ বনগুটি খচকি আদৰিলা বিস্মৰণ নেদেখিলা তিতা তিয়নিত…
টুনুজ্যোতি গগৈ অসমীয়া সাহিত্য জগতত এগৰাকী মননশীল কবি আৰু প্ৰাবন্ধিক হিচাপে এক স্বকীয় আৰু সবল পৰিচয় গঢ় দিবলৈ সক্ষম হোৱা হেমাংগ কুমাৰ দত্ত (জন্ম : ১৯৭৩) ২০০৬ চনৰ পৰা অজ্ঞাত কাৰণত নিৰুদ্দেশ হৈ থকাটো অসমৰ বৌদ্ধিক জগতৰ বাবে এক বেদনাদায়ক…
ড° পবন কুমাৰ চহৰীয়া আইনষ্টাইন নামটো উচ্চাৰিত হ’লেই আমাৰ মনলৈ আহে অবিন্যস্ত চুলি আৰু সোত–মোচ খোৱা কাপোৰ–কানিৰে ভাবুক মুখৰ ছবি এখন আৰু লগতে আপেক্ষিকতাবাদৰ সেই বিখ্যাত সমীকৰণটো৷ আমাৰ ধাৰণা, আপেক্ষিকতাবাদ অবিহনে যেন বিজ্ঞানৰ জগতত আইনষ্টাইনৰ আৰু আন ক’তো একো পৰিচয় নাই। আজি আমি…
পৰাগজ্যোতি মহন্ত এদিন এন্ধাৰ আৰু পুৱাৰ প্ৰথম পোহৰৰ সন্ধিৰ সময়তে শেতেলিতে এটা সপোন দেখিলোঁ– সপোনতে লগ পালোঁ এজন পদাতিকক আশাৰ এটা পূৰ্ণ পথেৰে গৈ আছিল পদাতিক হাতত এটি পাত্ৰ গাত এখন কম্বল প্ৰতিজন পদাতিকে কঢ়িয়াই লৈ ফুৰিবলৈকে লৈ ফুৰে হাতত…
ডা০ নয়নজ্যোতি শৰ্মা অদৃশ্য মকৰাজালত গাঁথ খোৱা পাত এখিলাৰ দৰে হাছিনা নিৰ্ভাৰ হৈ ওপঙি আছে। অভ্যাসৰ চিনাকি পৃথিৱীখন ইতিমধ্যে ভস্মসাৰ হৈ পৰিছে। তাৰ ঠাইত থিতাপি লৈছে ধূলি-ধোঁৱা-ছাই আৰু দুৰ্ভাগ্যৰ এক নতুন গ্ৰহান্তৰ। আৰু সেই কৃষ্ণগহ্বৰসদৃশ অৱস্থিতিয়ে পুৰণি পৃথিৱীখনৰ স্মৃতি পৰ্যন্ত…
অভিজিত গগৈ ছাঁত পৰি থকা কেঁচা খৰিবোৰ কোনোবাই ৰ’দাবলৈ আনিছে ৰছীৰ বান্ধ খুলি খৰিবোৰ এডালৰ পৰা আনডাললৈ দূৰত্ব বঢ়াই দিয়া হৈছে সদায় অহাৰ দৰেই তাপমাত্ৰা বাঢ়ি আহিব ধৰিছে বিচ্ছিন্ন হৈ যোৱা খৰিৰ ছালবোৰ প্ৰায় এৰি গৈছে কাঠচিতীয়া বেলিৰ নিৰুদ্বেগ…
ধ্ৰুৱজ্যোতি দাস ৰাজপথবোৰে একোটা বিশুদ্ধ বাক্য গাঁঠনিৰ বাবে জিদ ধৰিছে যাৰ অভাৱত যোগাযোগ হেৰাই গৈছে আকাশ আৰু মাটিৰ আন্দোলনৰ শ্লোগানবোৰ হৈ পৰিছে বিক্ষিপ্ত আৰু চোকহীন এটা শৃংখলাৰ বাবে ৰাজপথবোৰৰ মানুহৰ ওচৰত পুৰণিকলীয়া আৰ্তি ৰাজপথে তাৰ ওপৰেৰে চলাচল কৰা গাড়ী-মটৰৰ…