কেৰিয়াৰ হিচাপে বনাঞ্চল পৰিচালনা (Forest Management)
ড° বুলজিৎ বুঢ়াগোহাঁই বনাঞ্চল পৰিচালনা (Forest Management) এটা আকৰ্ষণীয় কেৰিয়াৰ। ‘বনাঞ্চল পৰিচালনা’ত বিভিন্ন পাঠ্যক্রম অধ্যয়ন কৰিব পাৰি। এজন সফল বনাঞ্চল পৰিচালক হবলৈ হ’লে প্ৰাৰ্থীগৰাকীৰ কিছুমান গুণ থকা দৰকাৰ, যেনে – প্রকৃতিপ্রেমী, সাহসী, অনুসন্ধিৎসু মন, সূক্ষ্মদৰ্শী, নিষ্ঠাবান, সাৱধানী, কষ্টসহিষ্ণুতা, সুন্দৰ…