ইলিজি
হেমচন্দ্ৰ কছাৰী কুহুমীয়া বেলিৰ ৰাগত বিলখনৰ কুঁৱলীবোৰে নিতৌ পুৱা এটা ক্লাচিকেল ইলিজি গায় খৰালিৰ বিল এখনত পানী কিমান কণনো থাকে ভালকৈ বুৰমাৰিলে ল’ৰা বুঢ়াইয়ো তলি চুই আহিব পাৰে সেই কণকেই হিয়াহীন দুটামানে দিনে ৰাতিয়ে ঘোদালি থাকে যেন মানৱ…
হেমচন্দ্ৰ কছাৰী কুহুমীয়া বেলিৰ ৰাগত বিলখনৰ কুঁৱলীবোৰে নিতৌ পুৱা এটা ক্লাচিকেল ইলিজি গায় খৰালিৰ বিল এখনত পানী কিমান কণনো থাকে ভালকৈ বুৰমাৰিলে ল’ৰা বুঢ়াইয়ো তলি চুই আহিব পাৰে সেই কণকেই হিয়াহীন দুটামানে দিনে ৰাতিয়ে ঘোদালি থাকে যেন মানৱ…
কল্পজ্যোতি ৰায় যোৱা তিনিটা দশক ধৰি কবিতাৰ নিৰলস সাধনাত ব্ৰতী হৈ থকা কবি এম. কামালুদ্দিন আহমেদৰ শেহতীয়া সংকলন ‘ৰাজহাঁহৰ কণ্ঠত কিহৰ জলচ্ছেদ’ (২০২১)-এ কবিৰ কাব্য-পৰিক্ৰমাক অন্য এটা আয়তন প্ৰদান কৰি উৎকৰ্ষৰ বিন্দুত আৰোহণ কৰিছে৷ ইয়াত সংকলিত হৈছে কবিৰ ২০১৮…
মূল: অটল বিহাৰী বাজপেয় অনুবাদ: পৰিমালা কোঁৱৰ অবোধ শিশু, বৃদ্ধা মহিলা, ডেকা ল’ৰাৰ মৃতদেহৰ স্তূপৰ ওপৰত উঠি যি ক্ষমতাৰ সিংহাসন পাব বিচাৰে তেওঁৰ বাবে মোৰ এটি প্ৰশ্ন আছে… মৃতজনৰ সতে তেওঁৰ কোনো সম্পৰ্ক নাছিল নে? একেই ধৰ্ম নাছিল নে,…
অভিজিত শর্মা বৰুৱা যোৱা ২৩ আগষ্ট, ২০২৩ ত ভাৰতীয় সময় মতে সন্ধিয়া ৬ বজাৰ খন্তেক পাছত ভাৰতৰ তৃতীয় চন্দ্রাভিমুখী মহাকাশযান চন্দ্রযান–৩–ৰ বিক্রম লেণ্ডাৰে পূর্ব পৰিকল্পনা অনুসৰিয়েই চন্দ্রৰ দক্ষিণ মেৰু অঞ্চলৰ চন্দ্রপৃষ্ঠ স্পর্শ কৰিলে। ইয়াৰ লগে লগে চন্দ্রপৃষ্ঠত কোনো যানক…
ড° ভাৰত বৰুৱা হ’ৰনাডা আছে সৌৱা বহু নিলগত, নহয় কাৰো বিপদ ব’ম ফুটিলে যমপুৰত। একো নহয় নাথাকে যে মানুহৰ মনত, পানীও যে নাই প্ৰাণবায়ু উৰে পিয়াহত। নিউ মেক্সিক’ প্ৰদেশৰ হ’ৰনাডা ডেল মুৱেৰট’ (Jornada del Muerto) মানে “মৃতকৰ যাত্ৰা”…
ড০ ৰক্তিম ৰঞ্জন শইকীয়া প্ৰথম অসমীয়া অভিধান প্ৰণয়নকৰ্তা কোন আছিল সেই কথাটো লৈ বিতৰ্ক বহুত পুৰণি যদিও আজি আমি ক’ব পৰা হৈছো যে ১৭৯৫ চনত টেঙাই মহনে প্ৰণয়ন কৰা বৰঅম্ৰ আৰু একে বছৰতে অৰ্থাৎ ১৭৯৫ চনতে ৰমাকান্ত মলাঘৰীয়া বৰুৱাই প্ৰণয়ন…
দাদুল ভূঞা চকু থাকিও অন্ধত্বক আঁকোৱালি লোৱাটো ইমানো সহজ নাছিল তিনি জ্ঞানী বান্দৰে কৈছিল— ‘বেয়া নাচাবা, বেয়া নুশুনিবা, বেয়া নকবা’ আমি সেই বাটেৰেই খোজকাঢ়ি গৈছিলোঁ পৰিৱৰ্তনৰ দুনিয়াত সলনি হৈছিল কথাবোৰ এতিয়া চকুৰে দেখা, কাণেৰে শুনা কথাবোৰ মন গ’লেও…
নিজৰা ৰাজকুমাৰী এটা দ্বীপ, এজন তাৰকা ৰান্ধনি, তেওঁৰ ৰহস্যময় ৰেষ্টুৰেণ্ট, অতি দামী মেন্যু, এদল চহকী গ্ৰাহক আৰু সকলোৰে মৃত্যু – থূলমূলকৈ আমেৰিকান হ’ৰৰ চিনেমা দ্য মেন্যুৰ কাহিনী এয়া। দ্য মেন্যু টেলিভিশ্বন আৰু চিনেমাৰ পৰিচালক মাৰ্ক মাইলডৰ চতুৰ্থখন চিনেমা। ধৰক, অৱসৰ…
বিদিশা দত্ত (৬) কাকৈ বনচোম এজোপাৰ ডালতে বহি আছিল। সভাখনতনো কি হৈছে জানিবলৈ কাকৈৰ বৰ মন গৈ আছিল। ভুচুলৈও মনত পৰি আছিল। বেচেৰা ভেকুলীটোৰ চাগে আজি কিমান ফূৰ্তি দেহি! কিমান দিনলৈকে চাগে সি সভাখনৰ কথাকে টেপটেপকৈ কৈ থাকিব! পিছে…
ৰমানন্দন বৰা চাৰি কেতিয়াবা কোনোবা এটা কাম আশা কৰাতকৈ ভাল ধৰণে হৈ উঠে৷ কিবা এটা যেন শুভ সংযোগ থাকে যাৰ ফলত এটাৰ পিছত এটা কাম কম আয়াসত সিদ্ধি হয়৷ পৰশুৱে আগভাগ লোৱা সমবায় কৃষি পাম পতা কামটোৱে সহজে সফলতাৰ…