Category অন্যযুগ, ফেব্ৰুৱাৰী, ২০২৪

ভেৰেকী মাহীৰ তাঁতশাল

অৰুণ গগৈ ভেৰেকী মাহীয়ে চেৰেকী ঘূৰাই            মহুৰা  আছে বাটি টাকুৰী ঘূৰাই  তগৰী জেঠাই           কপাহ আছে কাটি ৷   ৰূপহী বাইটি কৰি তাঁত-বাতি           বিহা লেখিছে গণি     ৰঙাকৈ আঁচোৰে বগাকৈ সূতাৰে          ব’ব বিহুৱানখনি ৷   ৰাঁচত ভৰাই  টোলোঠা…

কেৰিবিয়ান ক্ৰিকেটত নতুন ‘ছামাৰ’

যুগললোচন দাস  কেৰিবিয়ান দ্বীপপুঞ্জৰ এটা নিভৃত ক্ষুদ্ৰ দ্বীপ। চাৰিওফালে বিস্তৃৰ্ণ জলৰাশি। মহাসাগৰৰ উত্তাল গৰ্জন। কেতিয়াবা শান্ত সমাহিত। দিগন্ত ব্যাপি কেৱল নীলা নীলা নীলা। বেলিটো সাগৰৰ দূৰ দিগন্তৰ পৰাই উঠি আহি আকৌ পশ্চিমৰ দিগন্তৰ ৰেখাত চুমা দি বুৰ যায়। যেন নিশাটোৰ…

চুপ্ : এক প্ৰহসন

নীলোৎপল বৰুৱা (যোৱা সংখ্যাৰ পৰা) ‘চুপ্ : এক প্ৰহসন’ৰ প্ৰথম এক পঞ্চমাংশৰ ফৰ্মেশ্বনটোৰ মূল নাটকৰ কাহিনীৰ সৈতে সংগতি নাই। যদিহে সাৰাৎসাৰৰ সৈতে মিহলাই লোৱা নহয়। এই সময়কণ আচলতে অসমীয়া সংস্কৃতিৰ এটা বিশুদ্ধ চিত্ৰায়ন। জোৰাই কৰা ধেমালী এটা পূৰ্ণৰূপে উপস্থাপন কৰা…

প্ৰাক-ঔপনিৱেশিক অসমৰ মুদ্ৰা অর্থনীতি

  ড° ৰক্তিম ৰঞ্জন শইকীয়া বিখ্যাত অর্থনীতিবিদ “উইল কেণ্টনে” (Will Kenton) “ইনবেষ্টোপেডিয়া” নামৰ ৱেৱপেজটোত অর্থনীতিৰ এটা সুন্দৰ সংজ্ঞা দাঙি ধৰিছে৷ উইল কেণ্টন সংজ্ঞা মতে  “অৰ্থনীতি হৈছে আন্তঃসম্পৰ্কীয় উৎপাদন, উপভোগ আৰু বিনিময়ক সম্পর্কীত কৰা এক জটিল ব্যৱস্থা৷ এই ব্যৱস্থাটোৱে উৎপাদন, উপৰভোগ…

সুখী জীৱনৰ বাবে

 প্রাঞ্জল বেজবৰা   মানৱ জীৱন এবাৰেই পোৱা যায়৷ যদিও পৃথিৱীৰ প্ৰায়বোৰ ধৰ্মতে পুনৰ্জন্মৰ বিশ্বাস আছে, কিন্তু এই জীৱনৰ আগতে কি আছিল আৰু এই জীৱনৰ পাছত কি হ’ব, সেই সম্পৰ্কে কোনেও নাজানে৷ গতিকে বৰ্তমান জীৱনটোকে সুখে-সন্তোষে যাপন কৰাটো সকলোৰে কাম্য৷ অথচ…

ৰ’দে-বৰষুণে ইমান যে গান

  লোকনাথ গোস্বামী  জপনা মুখৰ আলাপ :              ‘আত্মজীৱনী’ বা ‘আত্মকথা’ লিখাৰ ধাৰণা এটা আগতে মনলৈ অহাই নাছিল৷ কিন্তু সৰুৰে পৰাই কিতাপৰ প্ৰতি প্ৰৱল ধাউতি থকা হেতুকে বিশেষ বাচ-বিচাৰ নোহাৱাকৈয়ে সাধুকথা, গল্প, জীৱনী, ভ্ৰমণ-কাহিনী আদি পঢ়াৰ লগতে দেশ-বিদেশৰ খ্যাত-বিখ্যাত অনেক লোকৰ…

কলা কি ?

ৰাছিয়ান লেখক লিও টলষ্টয়ৰ ‘What is Art?’ গ্ৰন্থৰ  Aylmer Maude-য়ে কৰা ইংৰাজী ভাঙনিৰ  অসমীয়া অনুবাদ     অনুবাদকঃ ড˚ বিৰিঞ্চি কুমাৰ দাস (প্ৰথম অধ্যায়) আপুনি আমাৰ সাধাৰণ বাতৰি কাকতবোৰৰ ভিতৰৰ যিকোনো এখন লওক, আৰু  ইয়াত নাটক আৰু সংগীতৰ বাবে উৎসৰ্গিত এটা…

চেলিন ছঙৰ পাষ্ট লাইভছ্

নিজৰা ৰাজকুমাৰী     শেষ নিশা চাৰি বজাত ৰেষ্টুৰেণ্ট এখনৰ ভিতৰত এহাল যুৱক-যুৱতীয়ে কথা পাতি আছে৷ কথা মানে সম্মুখৰ টেবুলত বহি থকা তিনিজন অচিনাকী লোকৰ মাজৰ সম্পৰ্কক লৈ অনুমান-অনুমান খেলা খেল এটা৷    –       তুমি কি ভাবাঁ– সিহঁতৰ মাজৰ সম্পৰ্কটো…