কছাৰী ৰজাৰ শৰাইঘাট
ড০ ৰক্তিম ৰঞ্জন শইকীয়া অসমলৈ যিমানবোৰ তুর্কী, আফগান আৰু মোগল আগ্ৰাসন হৈছিল সেই সকলোবোৰ পশ্চিমফালৰ পৰাই হৈছিল৷ ব্ৰহ্মপু্ত্ৰ উপত্যকাৰ বিভিন্ন ৰজাই বিভিন্ন সময়ত এই আগ্ৰাসনবোৰক প্ৰত্যাহ্বান জনাইছিল৷ পৃথু ৰজাৰ পৰা গদাধৰ সিংহলৈ, মহামাণিক্যৰ পৰা নীলাম্বৰলৈ বিভিন্ন ৰজাই ব্ৰহ্মপুত্ৰ উপত্যকালৈ পশ্চিমৰ পৰা…