Category অন্যযুগ, অক্টোবৰ ২০২৪

ৰমেন বৰুৱা

কৌস্তুভমণি শইকীয়া সুৰবোৰ বিচাৰি  হাবাথুৰি খাইছোঁ  বৰ অসহায় সময়    লতাশিল খেলপথাৰ ৰিঙা ৰিঙা পুৰণি ঘৰটোৱে কথা পাতে নিজৰ ভিতৰতে      স্মৃতি-বিস্মৃতিৰ পাঁজৰত এডোঙা অনিশ্চিত দুখ    দুঃসহ   ।    _ _ _ দূৰভাষ – ৯৪৩৫৫৪৫৭০৭

মোক্ষণাৰ নামত

 অনুভৱ তুলসী সন্ধ্যা, তোমাৰ প্ৰতি চাঁহি মাটি মই চিনি পাওঁ গছৰ পাতত বতাহৰ কঁপনি ফেঁহুজালিৰ পঢ়াশালিও মই চিনি পাওঁ তোমাৰ অচেতনৰ আন্ধাৰ গলিত চৰি ফুৰা নিজান বতৰৰ বতৰা মই বহু আগতীয়াকৈ পাওঁ গাত লোৱা গামোচাৰ দীঘ-বাণিৰ সূতা আৰু আঁচুৰ ৰৈ-ৰমলি…

বালিচৰ

 এম. কামালুদ্দিন আহমেদ    প্রতিটো বানে মনত বালিচৰ একোটা থাপি যায়   অলক্ষিতেই ঘটি আছিল এই ঘটনা   অৱচেতনত বালিচৰবোৰ সোমাই আছিল   বানত মানুহ এজন উটি যোৱাৰ শৈশৱৰ ছৱিখন আজিও ৰ’দৰ দৰে জিলিকে   আজি বালিচৰবোৰ ওলাই আহিছে এইমাত্ৰ…

স্বাধীনোত্তৰ কালৰ অসমীয়া চিনেমা-৪

 (পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী অসমীয়া চিনেমাত ভূপেন হাজৰিকাৰ গীত বুলিয়েই অনেক ভাল লগা কথা লিখি যাব পাৰি। ভূপেনদাৰ গীতৰ কথাক, সুৰক আমি অসমীয়াই বুকুত কঢ়িয়াই লৈ ফুৰোঁ, অথচ ব্যক্তিগতভাৱে মই জয়ন্ত হাজৰিকাতকৈ ভূপেনদাৰ কণ্ঠ বেয়া পাওঁ।…

নিগূঢ়

 অজন্ত কুমাৰ বৰা   নিগূঢ় জীৱনটো নিতান্তই নিজৰ   নিজৰ জীৱনৰ নৌকা নিজৰ মতে বাওঁ নিজৰ সময়বোৰো নিজৰমতে নিয়াওঁ নিজৰ সময়বোৰত নির্জনতাত বুৰ যাওঁ   নিজৰ সময়বোৰত নিজকে বুজাবলৈ নির্মোহ সমালোচনাৰে নির্মল আইনাত নিজকে চাওঁ নিজকে জুকিয়াওঁ নিজকে সকীয়াওঁ  …

তেল

 ভাস্কৰ জে নাথ   সূৰ্যৰ পৰা নামি অহা ৰে’লখনি হালধীয়া হালধীয়া দবা সাতোৰঙী ধূলিকণা যাত্ৰী   কোনে কয় ধূলিকণাৰ ঘৰ নাই! কোনে কয় ধূলিকণাৰ গতি নাই !   বিছনাত অলৰ অচৰ দেহ এটি মন, খিৰিকীৰ সূৰ্যত চাই আছে ধূলিকণাৰ ৰং…

গুলী-ধেমালি

প্ৰদীপ শইকীয়া   ভাবিছিলোঁ মণিপুৰ মানে ছাংগাই পহু ৷ তাৰ শিঙৰ ফাঁকেদি দেখা জোনৰ মুখ   ভাবিছিলোঁ মণিপুৰ মানে পুং চ’লম্ ৷ তালে তালে নচা বগা পাগুৰি মণিপুৰ মানে বৈষ্ণৱ-কীৰ্তন ৷ ৰাসলীলা ধীৰগতি ৰাধা লাই হাৰাওবা পেনা-খোংবা বীণাৰ মিড়  …

উপলব্ধি

উদয় কুমাৰ বৰুৱা   “ All beautiful things start from heart” অনেক অপেক্ষাৰ শেষত এটি মাথোঁ মুহূৰ্ত – বেলিমাৰ যেন শৰতৰ মেঘতকৈও চঞ্চল হোৱাৰ এক দুৰন্ত বাসনা হৃদয়ে বাৰু কেতিয়াবা ভুমুকিয়াইছেনে বেলিৰ ভাৱচোতালত   ৰাতিয়ে জানে এটা সমুজ্জ্বল পুৱাই বেলিৰ…

অস্তবেলিৰ অনুৰাগ

 অংকুৰণ আৰ্ফ    (ক)        সান্ধ্য সময়৷ এটা ছায়ামূৰ্তি৷ গছৰ মূঢ়াৰ দৰে বৈধ৷ মুনিচুনি এই পৰত সেই পুৰণি পৰিত্যক্ত কোঠাটোতে আৱদ্ধ৷ বন্দী বিহংগৰ দৰে ধৰ্‌ফৰাই আছে৷ খিৰিকীৰে আকাশলৈ ছেগাচোৰোকাকৈ চায়৷ ধূসৰ আকাশত আন্ধাৰ৷ আন্ধাৰৰ সৈতে ছায়ামূৰ্তিৰ চলে আলাপ৷ দূৰণিৰ জোনাকে…