অন্তৰ্দৃষ্টি
অনুভৱ তুলসী লুকুৱাই ৰখা তিলটো চাওঁ কথা দিছোঁ, খনাসোণা এক ইঞ্চি মাটিও নিনিওঁ তিলত চুমা খাওঁ ওঁঠৰ তপত চিঞাহী তিনি সী চাৰি সী বাওঁ অনাখৰী মাটিত তিলটো গজিছে সাৰ-পানী পাই তিলৰ গজালি দোপত দোপে বাঢ়িছে …
অনুভৱ তুলসী লুকুৱাই ৰখা তিলটো চাওঁ কথা দিছোঁ, খনাসোণা এক ইঞ্চি মাটিও নিনিওঁ তিলত চুমা খাওঁ ওঁঠৰ তপত চিঞাহী তিনি সী চাৰি সী বাওঁ অনাখৰী মাটিত তিলটো গজিছে সাৰ-পানী পাই তিলৰ গজালি দোপত দোপে বাঢ়িছে …
মূল: Robert Frost-অৰ Acquainted With The Night অনুবাদ : ড° ৰঞ্জিত দত্ত এটি নিশাৰ সতে চিনাকি হৈছিল মোৰ৷ এজাক বৰষুণৰ মাজতে ওলাই গৈছিলোঁ বাহিৰলৈ আৰু বৰষুণজাকৰ মাজতেই উভতিও আহিলোঁ৷ ওলাই গ’লোঁ মই পোহৰ নগৰীৰ বহু দূৰলৈ, চাই ৰ’লোঁ নগৰখনিৰ বিষাদগ্ৰস্ত গলিবোৰলৈ, এজন প্ৰহৰীক…
নীলকান্ত শইকীয়া হঠাৎ শিলগুটিবোৰ ক’ৰ পৰা আহে মানুহ যেতিয়া জিলিকি উঠে। কিয়বা ঈৰ্ষাৰ শিলাবৃষ্টি খোজ দৃঢ় নহ’লে ওলাব নোৱাৰে কেনিও। টেলিভিছনত শিল, বাতৰি-কাকতত শিল বন্ধুৰ হাতত শত্ৰুতা মাৰি থাকে টলকিব নোৱাৰাকৈ চৰিত্ৰলৈ। শিলেই ছক্ৰেটিছক বিহপান কৰালে…
লোকনাথ গোস্বামী (১) গাঁৱৰ কথা কৈ অন্ত কৰিব নোৱাৰি ৷ গাঁৱৰ প্ৰসংগ ওলালে আৰু এজন বিশেষ ব্যক্তিৰ নাম উল্লেখ কৰিব লাগিব, তেখেত হ’ল বদন চন্দ্ৰ শইকীয়া (বৰ্তমান প্ৰয়াত)৷ এইজন বদনদায়েই পোন-প্ৰথম মোক কলিবাৰীৰ ঐতিহাসিক বাণ থিয়েটাৰত প্ৰৱেশৰ বাট দেখুৱাইছিল৷ তাৰো…