কৃত্ৰিম বুদ্ধিমত্তা – সংশয় আৰু সম্ভাৱনা
ড॰ প্ৰিয়দেৱ গোস্বামী বৰ্তমান সময়ত বিজ্ঞান চৰ্চাৰ লগত জড়িত ব্যক্তিৰ পৰা আৰম্ভ কৰি সকলোবৰ্গৰ মানুহৰ এক ৰ্চচাৰ বিষয় হৈছে কৃত্তিম বুদ্ধিমত্তা (Artificial Intelligence) চমুকৈ AI ৷ আমাৰ মাজত AI শব্দটোৰ প্ৰচলন অধিক হোৱা দেখা গৈছে, অসমীয়া প্ৰতিশব্দৰ ব্যৱহাৰ…