অঁ, সময়ত
নিতুপৰ্ণ ৰাজবংশী
নিতুপৰ্ণ ৰাজবংশী
অংকুৰণ আৰ্ফ বেদত আছে – “যথা দৃষ্টি তথা সৃষ্টি৷” অৰ্থাৎ আমাৰ দৃষ্টিভংগী বা মন-মগজুৰ চিন্তাধাৰা যেনে হ’ব এই জীৱন আৰু জগতক আমি তেনেদৰেই দেখিম৷ গতিকে নতুন বৰ্ষ এটাক আদৰাৰ আগমুহূৰ্তত আমাৰ জীৱন আৰু পৃথিৱীখনক চোৱাৰ দৃষ্টিভংগী নতুন হ’ব লাগিব৷ কিয়নো,…
মূল: ৰেইনাৰ মাৰিয়া ৰিল্কে অনুবাদ: নিকু দুৱৰা দ্বিতীয়খন চিঠি ভিয়াৰেগ্গ’, পিছাৰ সমীপত, ইটালী ৫ এপ্ৰিল, ১৯০৩ মোক আপুনি ক্ষমা কৰিব, কিয়নো আপুনি যোৱা ২৪ ফেব্ৰুৱাৰি তাৰিখেই পঠিওৱা চিঠিখনৰ কথা মোৰ আজিহে মনত পৰিছে৷ মই যোৱা সময়ছোৱাত শাৰীৰিক…
অজয় লিম্বু অসম বিভিন্ন জাতি-জনগোষ্ঠীৰ বাসভূমি৷ অসমত বসবাস কৰা অন্যান্য জাতি-জনগোষ্ঠীসমূহৰ ভিতৰত লিম্বুসকল হৈছে অন্যতম এক জাতি৷ লিম্বুসকলৰ নিজস্ব ভাষা, লিপি, সংস্কৃতি, ধর্মীয় পদ্ধতি, ৰীতি-নীতি, সামাজিক প্রথা বিৰাজমান৷ সেয়েহে লিম্বুসকলক জাতি বুলি কোৱাটো সমীচীন হব৷ উল্লেখনীয় যে লিম্বুসকল অসমত বসবাস…
ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, চতুৰ্থ অধ্যায় যেন পলকৰ ভিতৰতে সলনি হ’ল সকলো (জাহীমৰ গান এটাৰ গুণ্গুণ্ ) ঘৰতে গৰ্ভাৱস্থাৰ পৰীক্ষা কৰিব পৰা যতনটোত পূৰৈৰঙী আঁচ দুডাল দেখাৰ কথা কোৱাৰ লগে লগে গীতা বাইদেউ উৎফুল্লিত হৈ উঠিল৷ সহজে অনুমান কৰিছিলোঁ,…
মূল – লেংষ্টন হিউজেচ (আমেৰিকা) অনুবাদ-ড° ৰঞ্জিত দত্ত মই ৰৈ আছোঁ বসন্তৰ সেই দিনবোৰলৈ যেতিয়া টিউলিপ ফুলবোৰ ফুলি উঠিব, সমুধুৰ বসন্তৰ দিনবোৰত টিউলিপ ফুলবোৰ ফুলি উঠিব, যদিহে মোৰ মৃত্যু হয় কোনোবা শীতকালত সিঁহতে মোক কবৰ দিব সেই বৰফবোৰৰ তলতে।…
প্ৰাচীন কালৰে পৰা অসমক এই অঞ্চলৰ বাহিৰৰ মানুহে এক ৰহস্যময় অঞ্চল বুলি ধাৰণা কৰি আহিছে৷ একাধিক ভাৰতীয় গ্ৰন্থত এনে ধাৰণাৰ প্ৰমাণ আছে৷ যোগিনীতন্ত্ৰ, কালিকা পুৰাণ, বৃহদ্গৱাক্ষ আদি তন্ত্ৰ-মন্ত্ৰৰ পুথি ইয়াতে ৰচিত হোৱাটোৱে এনে ধাৰণাৰ বিস্তাৰত নিশ্চিতৰূপে প্ৰভাৱ পেলাইছিল৷ অসমৰ ভিতৰৰে একাধিক স্থানৰ…
উদয় কুমাৰ বৰুৱা এদিন কবিতা এটাক সুধিছিলো নিৰ্মাণৰ সৌন্দৰ্যবোধ কেনেকৈ অনুভৱ হয় কবিতাৰ তাৎক্ষণিক সঁহাৰিঃ তুমি য’ত থিয় হৈ আছা তাৰপৰাই সাধনাৰ জখলাৰে যেনেকৈ স্পৰ্শ কৰা সৃষ্টিৰ আকুল আকাশ এৰা, বৰষুণ নাহিলেও মননত কদৰ আছে কাজল মেঘৰ…
হৰেকৃষ্ণ ডেকা (১) বছৰৰ শেষ দিনটোত বেলি ডুবাৰ সময়ত পশ্চিমৰ হেলনীয়া হেঙুলীয়াখিনিলৈ চাই মই নতুন বছৰৰ প্ৰথম পোহৰৰ প্ৰতীক্ষা কৰিছোঁ। কেৰ্কেটুৱাটোও ৰৈ আছে, ভ্ৰুক্ষেপ নকৰাকৈ, দিন-বাৰৰ হিচাপ নকৰাকৈ, কুমলীয়া ঘাঁহ আপোন মনেৰে কুটি, সন্তোষেৰে পেট পূৰাই। (২)…
দিলীপ ফুকন ৰাইজ মই যাবলৈ ওলালোঁ৷ আপোনালোকৰ হালোৱা হাত, হাবি ভঙা, কোৰ মৰা, ঢোল-খোল বজোৱা হাতবোৰ মোৰ শিৰৰ ওপৰত থওক৷ যাবলৈ অকণো সত যোৱা নাই তেও মই যাবলৈ ওলালোঁ৷ এচলু পানী খাবৰ মন গৈছে, বোৱতী নৈৰ অপৰিশোধিত পানী…