উত্তৰাখণ্ডত উত্তৰ বিচাৰি
অংগনা চৌধুৰী ২০২৫-ৰ শাৰদীয় গধূলি এটাত আমি গুৱাহাটীৰ পৰা দিল্লীলৈ উৰা মাৰিলো আকাশীযানেৰে৷ আমি মানে মই, মোৰ স্বামী, একমাত্ৰ পুত্ৰ আৰু মোৰ মাতৃ৷ উদ্দেশ্য দিল্লীৰ পৰা উত্তৰাখণ্ডলৈ যোৱা৷ ৰাতিটো বিমানবন্দৰৰ কাষৰে হোটেল এখনত কটাই পাছদিনা প্ৰথমে হৰিদ্বাৰলৈ বুলি টেক্সিত…