২০২৫ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা: অদৰকাৰীৰ উপকাৰিতা
ড° অনিল চন্দ্ৰ বৰা চুছুমু কিটাগাৱা, ৰিচাৰ্ড ৰবছন আৰু ওমৰ এম য়াঘীক ২০২৫ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয়। তেওঁলোকে সৃষ্টি কৰা ধাতু–জৈৱিক কাঠামো( metal–organic frameworks-MOFs)ৰ আনৱিক গঠন সমূহত বৃহৎ গহ্বৰ থাকে য’ত আন অণু ভিতৰলৈ আৰু বাহিৰলৈ…