অকণিয়ে অঁকা ছবি
‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ মাজুলীৰ অমৰ ঘোষ হ’লি আইলেণ্ড স্কুলৰ ছাত্ৰী আৰাধ্যা শুভলক্ষ্মীয়ে অঁকা ছবি
‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ মাজুলীৰ অমৰ ঘোষ হ’লি আইলেণ্ড স্কুলৰ ছাত্ৰী আৰাধ্যা শুভলক্ষ্মীয়ে অঁকা ছবি
নৱনীতা ভট্টাচাৰ্য্য চতুৰ্থ খণ্ড আইতাৰ পিছে পিছে গৈ মই খোৱা মেজৰ ওচৰ পালো৷ ইতিমধ্যে সকলো সাজু। দৈ-চিৰা, পিঠা-লাডু ইত্যাদিবোৰ ধুনীয়াকৈ সজাই থোৱা আছে৷ ইমানবোৰ আয়োজন দেখি মোৰ বিহুলৈ মনত পৰিল, সেইবাবে হয়তো ক’ব নোৱাৰাকৈয়ে মোৰ মুখেৰে ওলাই আহিল, “আজি…
মাহেকীয়া আলোচনী ‘অন্যযুগ’ৰ উদ্যোগত আৰু জগন্নাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত আজি ২৩ এপ্ৰিল, ২০২৩ তাৰিখে ‘অন্যযুগ বক্তৃতা-২০২৩’ আৰু ‘অন্যযুগ সাহিত্য সন্মান’ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷ ‘আজিৰ তাৰিখত অসমত শিল্পচৰ্চা’ শীৰ্ষক ‘অন্যযুগ বক্তৃতা’ প্ৰদান কৰে বিশিষ্ট নাট্যকাৰ, পৰিচালক সপোনজ্যোতি ঠাকুৰে৷…
অসমীয়া জাতীয় জীৱনৰ পিতৃপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে যি সময়ত একশৰণ নামধৰ্মক অৱলম্বন কৰি অসমীয়া জাতিসত্ত্বাৰ বৰভেঁটি বান্ধিব খুজিছিল সেই সময়ৰ অসমীয়া সমাজখন কেনে আছিল অনুমান কৰিব পাৰি৷ সেই সময়ৰ অসমীয়া সমাজখনত শিক্ষিত লোকৰ সংখ্যা আছিল আঙুলিৰ মূৰত লেখিব পৰা৷…
ৰানু বৰুৱা গগৈ এজাক শীতল বতাহৰ বাবেই জী আছোঁ প্ৰতিনিয়ত পুৱাৰ তপত ঢৌ খেলা ৰ’দ আৰু মাটিৰ মৰমত জী আছোঁ ইয়াত অস্থাৱৰ সকলো দেহ মন আৰু সমস্ত চৰাচৰ জী আছোঁ এজাক শীতল বতাহৰ বাবেই প্ৰাণত যি দি আছে অম্লজান যি…
মূল বঙালী : উনিশ শ একাত্তৰ ৰচনা : হুমায়ুন আহমেদ অসমীয়া অনুবাদ: উনৈছ শ এসত্তৰ অনুবাদ : বিদ্যুৎ বিকাশ শৰ্মা হুমায়ুন আহমেদ লেখকৰ পৰিয়:- চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ কথা সাহিত্যৰ প্রবাদ পুৰুষ হুমায়ুন আহমেদৰ জন্ম ১৯৪৮ চনৰ ১৩ নৱেম্বৰত। জন্মস্থান:…
মূল : কেশৱ শংকৰ পিল্লাইৰ “স্নে’ক-বাইট” অনুবাদ : বিদিশা দত্ত এদিন ঘৰৰ চোতালত মই সৰু সাপ এটা দেখা পালোঁ। সাপটো লাহে লাহে বগাই আহি আছিল। মোক দেখা মাত্ৰকে সি তৎক্ষণাৎ ওচৰতে পৰি থকা নাৰিকলৰ কোৰোকা এটাৰ ভিতৰত সোমালগৈ। মই লাহেকৈ…
( নীলমণি ফুকন ছাৰৰ জ্ঞানপীঠ প্ৰাপ্তিত) গায়ত্ৰী দেৱী বৰঠাকুৰ বাখ্যেয় পংক্তি– নদীবোৰ শুকাই যোৱাৰ আগতে প্ৰসংগ– নদীবোৰ শুকাই যোৱাৰ আগতে ব’লা আমি এপলক জী আঁহোঁ পাহাৰৰ হৰিৎ* বুকুত সংগতি– সভ্যতাৰ শুকান বালিত অশ্বাৰোহী সৈনিক এজনে তেজে- তুমৰলি…
পশ্চিমবংগত দেখা বেঙুনীয়া কুলি মেঘদূতত চাটক পক্ষী ছবিত পাতি কাউৰীৰ কণী (ডাঙৰ) আৰু কুলি চৰাইৰ কণী ( সৰু) ইউৰেছীয় ঢাপলিকা (পোষক চৰাই)-ই কুলি প্ৰজাতিৰ পোৱালিক আহাৰ যোগান ধৰিছে
ড০ চন্দ্ৰধৰ চমুৱা (যোৱা সংখ্যাৰ পিছৰ পৰা) সি ঠাই এখন পাইছে। নাম্-ৰুকতে খিলঞ্জীয়া প্ৰজাই কৈ পঠাইছিল– ভাটিলৈ এখন ভাল ঠাই আছে। তাৰে দুজনক লৈ আহি সি ঠাইখন উলিয়াইছেহি। সি চাৰিওফালে চাই পঠিয়ালে, ওচৰত তেনেকৈ গাঁও-ভূঁই নাই। ঠাইখন যথেষ্ট বাম যেনো লাগিছে।…