য়েছে দৰজে ঠংচিৰ ‘শৱ কটা মানুহ’ উপন্যাসত প্ৰতিফলিত মনপা জনগোষ্ঠীৰ জীৱনধাৰা
কিশোৰ দাস কোঁৱৰ স্বনামধন্য ঔপন্যাসিক য়েছে দৰজে ঠংচিৰ ‘শৱ কটা মানুহ’ উপন্যাসখনৰ মূল হ’ল অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ মনপা জনজাতিৰ মৃতকৰ শৱ এশ আঠ টুকুৰা কৰি কাটি নদীত উটুৱাই দিয়াৰ যি প্ৰথা তাৰ আধাৰত এই উপন্যাসখনৰ কাহিনীভাগ উপস্থাপন কৰা…