আস্বাদিত ধান
এম. কামালুদ্দিন আহমেদ ৰাতিৰ পথাৰ অতিক্ৰমি দৃষ্টি বৈ গৈছিল একোৱেই সামৰি লোৱা নাছিল সি পুৱা চকু মোহাৰোঁতে পটী যিহেতু নাছিলেই ধানবোৰ সোমাই আহিছিল নিবিড় হ’বলৈ অথচ ৰাতিৰ আন্ধাৰত ধানবোৰ হৈছিল বিমূৰ্ত যেন দূৰ ক’ৰবালৈ গুচি গৈছিল ক্ৰমান্বয়ে…
এম. কামালুদ্দিন আহমেদ ৰাতিৰ পথাৰ অতিক্ৰমি দৃষ্টি বৈ গৈছিল একোৱেই সামৰি লোৱা নাছিল সি পুৱা চকু মোহাৰোঁতে পটী যিহেতু নাছিলেই ধানবোৰ সোমাই আহিছিল নিবিড় হ’বলৈ অথচ ৰাতিৰ আন্ধাৰত ধানবোৰ হৈছিল বিমূৰ্ত যেন দূৰ ক’ৰবালৈ গুচি গৈছিল ক্ৰমান্বয়ে…
অমৃত গোস্বামী ভাৰতে স্বাধীনতা পোৱাৰ কিছুবছৰৰ পাছৰ কথা– অসহযোগ- বিদেশী বস্ত্ৰ পৰিত্যাগৰ ঢৌ তেতিয়াও মাৰ যোৱাই নাছিল৷ বিদেশী বস্ত্ৰ ত্যাগ কৰি স্বদেশী সাজ-পাৰ পৰিধান কৰাৰ উদ্দেশ্য আগত ৰাখি আমাৰ মানুহবোৰে তেতিয়া দূৰ-দূৰণিৰ পৰা কপাহ গছৰ পুলি সংগ্ৰহ কৰি ঘৰে-ঘৰে…
হিতেশ মেধি ১) চকুহালে নেদেখাকৈ নিজকে লুকুৱাই ৰখাৰ কথা বৰকৈ ভাবোঁ সমস্ত দেখা-নেদেখা কাহিনীটোৰ পৰা হাতত সাৰে ভৰিত সাৰে ওলাব খোজোঁ ওপজা দিনৰে পৰা চকুহালক এৰি ফুৰিব নোৱাৰিলোঁ আত্মপাঠ কৰিবলৈ চকুহালকে ললোঁ বাঁহনিৰ ডাউকৰ ডাকত সন্ধ্যা নমাৰ উমান…
ৰঞ্জিত পাটগিৰি ক’ত এৰি থৈ আহিলোঁ শৈশৱৰ পাগলাদিয়া, ক’ত হেৰাল কলেজীয়া দিনৰ দুটি চকু তাম বৰণীয়া! দুখৰ বতাহে কাহানিও শুকুৱাব নোৱাৰে চকুপানী৷ কোনোবাই মোক অলপ আন্ধাৰৰ আতৰ আনি দিয়া হ’লে গালে-মুখে সানি নিজৰ মাজতে হেৰাবলে’৷ পোহৰে…
বাসুদেব দাস ‘আৰোগ্য নিকেতন’ উপন্যাসৰ নায়ক এজন গাঁৱলীয়া চিকিৎসক—জীৱন মশাই। দেউতাক জগৎ মশাই। ল’ৰাক দীক্ষাদানৰ সময়ত মৃত্যুৰ ৰহস্য উন্মোচন কৰি তেওঁ কৈছিল—‘মৃত্যু প্রজাপতি ব্রহ্মাৰ অঙ্গৰ পৰা নির্গত ছাঁ’ৰ নিচিনা—‘পিঙ্গলকেশা, পিঙ্গলনেত্রা, পিঙ্গল বর্ণ। গ’লদেশে আৰু মণিদেশে পদ্মবীজের ভূষণ, অঙ্গে গৈ্রিক কাষায়।’…
অসীম কুমাৰ হাজৰিকা সাম্প্ৰতিক অসমীয়া কবিতাৰ জগতখনত তৰুণ প্ৰজন্মৰ কবি নীলম গগৈয়ে শেহতীয়াকৈ ভুমুকি মাৰিছে৷ ‘ভাল হোৱাটো পাপ কমৰেড’ গগৈৰ কাব্য জীৱনৰ প্ৰথম স্বাক্ষৰ৷ জীৱনৰ নানা ঘটনা-পৰিঘটনা, পৰিৱেশ, চিত্ৰকল্প ইত্যাদিৰ মাধ্যমত তেওঁ চিন্তাৰাশিক বৈচিত্ৰময় ৰূপত মূৰ্ত কৰিছে৷ চিন্তন…
মৃদুল শৰ্মা ২৯ দ্ৰৌপদী৷ মই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ পুৰুষ শ্ৰীকৃষ্ণক জীৱনসঙ্গী হিচাপে আশা কৰিছিলোঁ৷ তেওঁৰ সান্নিধ্য লাভক উদ্দেশ্যেই মই অশেষ সম্পদেৰে পৰিপূৰ্ণ পিতৃগৃহ পৰিত্যাগ কৰি দ্বাৰকাত উপস্থিত হৈছিলোঁগৈ৷ দ্বাৰকাত যিগৰাকী মহিলাই মোক আশ্ৰয় প্ৰদান কৰিছিল তেওঁ মোৰ আগমনৰ উদ্দেশ্য জানিব খুজিছিল…
আজিত ছিংনাৰ তেৰ বাৰিষা পাৰ হৈ গ’ল৷ সকলোৰে হাল উঠিল৷ এতিয়া গাঁওবুঢ়া-মেনাবোৰৰ লগতে আন সচেতন ৰাইজ সাজু হৈছে পেলাই থোৱা কামটো কৰিবলৈ৷ টোপাকুছিৰ ৰজাই ওচৰত থকা পাঁচোৰজাক মাতি আনি গোটেই পৰিকল্পনাটো বিশদভাৱে আলোচনা কৰিছে৷ আৰু আলোচনাৰ সিদ্ধান্তবোৰ সাতোৰজালৈ পঠিয়াইছে৷ হেনাপতি…
লোকনাথ গোস্বামী ( ৭) (১) প্ৰাইমাৰী পৰ্যায়টো ভালে ভালেই পাৰ কৰিলোঁ৷ এতিয়া আহিল হাইস্কুলৰ পৰ্যায়৷ দেউতাই নিজেই নাম ভৰ্তিৰ কাৰণে বেছেৰীয়া হাইস্কুললৈ এদিন মোক লৈ গ’ল৷ হেডমাষ্টৰ মহোৰাম বৰাই দেউতা গৈ পোৱাৰ পিছতে…
নিতুপৰ্ণ ৰাজবংশী