sdblogs2011

sdblogs2011

অচিন জগতত বাটলু

 স্মৃতিৰখা দেৱী ‘আচৰিত! তিনিশ বছৰ ধৰি আমাৰ পৃথিৱীত কিন্তু কোনো প্ৰাণী জীয়াই থাকিব পাৰে বুলি শুনা নাই৷ অৱশ্যে ‘গেলাপাগাছ’ নামৰ এটা বিশেষ দ্বীপত দুশ-আঢ়ৈশ বছৰমানলৈকে এবিধ কাছ জীয়াই থকাৰ বিষয়ে শুনিছোঁ৷’ অকণি অকণি চকুহাল ডাঙৰকৈ মেলি বাটলুৱে ক’লে৷ ‘হয় ডাঙৰীয়া৷ আমাৰ পৃথিৱীখনৰ…

এটা পুথিভঁৰালৰ মৃত্যু

 মূল (ইংৰাজী) : ৱেল্ডন কীজ (Weldon Kees, ২৪ ফেব্ৰুৱাৰি, ১৯১৪- ১৮ জুলাই, ১৯৫৫ ) অনুবাদ : প্ৰশান্ত মিশ্ৰ যেতিয়া কয়লা জ্বলোৱা শেষ হ’ল, আমি  এখন এখনকৈ কিতাপবোৰ পুৰিবলৈ আৰম্ভ কৰিলোঁ; প্ৰথমেই বুলৱাৰ-লিটনৰ ৰচনাৱলী আৰু তাৰ পাছত ৱাল্টাৰ স্কট কিতাপবোৰে আমাক…

জাতি(বাদ/ভেদ), জনজাতি আৰু সংৰক্ষণ

 পঙ্কজ প্ৰতিম বৰদলৈ   স্বাধীনতাৰ পূৰ্বতে আৰু ইয়াৰ পাছতো ‘স্বাধীনতা’ৰ বাদে এই দেশৰ অতি স্পৰ্শকাতৰ সৰ্বত্ৰে চৰ্চিত বিষয়টো হৈছে জাতি(বাদ/ভেদ) আৰু ইয়াৰ লগত সংযোজিত আনুষংগিক অতি প্ৰয়োজনীয় বিষয়- সংৰক্ষণ। স্বাধীনতা অৰ্জনৰ পৰৱৰ্তীকালৰ ভাৰতৰ ৰাজনীতিক সততেই প্ৰভাৱান্বিত কৰি ৰখা এই বিষয়টো…

ভেলেকী–মেলেকী

 দ্বীপৰাজ   ধন্যবাদ! এইখিনিতে শেষ হওক ! ৰসতে নামষাৰ থ’লে গাজি-মগুৰ সোৱাদো বাঢ়িব। সোতোৰা ফুল, খৰাং, শিলে ঠেকেচা টিংপাতৰ ফুটাটো, টকৌপাতে কটা পূৰ্ণিমাৰ পোহৰ ইয়াৰ পাছত সমাপ্ত । ধুমুহাত উভলি পৰা বসন্তৰ শেষৰজোপা এজাৰ এয়া । পায়খানাত সোমাওঁতে ইটাৰ বেৰ…

ডান্স থেৰাপিষ্ট (Dance Therapist) কেনেকৈ হ’ব পাৰি ?

 ড° বুলজিৎ বুঢ়াগোহাঁই    ডান্স থেৰাপি, যাক ডান্স/মুভমেণ্ট থেৰাপি (ডিএমটি) বুলিও কোৱা হয়, এই থেৰাপি হৈছে এক প্ৰকাৰৰ মনোচিকিৎসা যি ব্যক্তিসকলৰ আৱেগিক, জ্ঞানীয়, শাৰীৰিক আৰু সামাজিক একত্ৰীকৰণত সহায় কৰিবলৈ চলাচল আৰু নৃত্য ব্যৱহাৰ কৰে। ইয়াৰ ভিত্তি হৈছে শৰীৰ আৰু মন…

‘ক’-ৰ পৰা ‘ত’-লৈ আখৰৰ ধেমালি

ভাৰতী চক্ৰৱৰ্তী   ক -ই ক’লে কুঁজিবালিলৈ কণখুড়ী  গ’ল আজি খ -য়ে খালে খালৈভাঙি খলিহনা মাছ ভাজি   গ -উঠিল গিৰিপ কৰি গড় চাবলৈ যাম ঘ -ই বোলে ঘৰৰ ল’ৰা ঘৰতে কৰিবি কাম   ঙ -ই ক’লে পুঙা দোকানত চুঙা…

ছাঁতত্ত্ব

 দীপিকা শইকীয়া   মানুহে কয়, সকলোৱে লগ এৰে কেৱল ছাঁটোৱেহে লগ নেৰে বোলে- “মই আৰু মোৰ ছাঁ”   বৰ পোহৰত, ৰ’দৰ দিনত বাটে-ঘাটে ছাঁ যায় লগে-ভাগে ছাঁ পৰে, উঠা বহা কৰে   ইমানবোৰ পোহৰ, ৰ’দ ছাঁ লগত থাকিবলে পায়নো কোনে…

জোৰৰ-জোখৰ

 পৰিস্মিতা বৰদলৈ   (১)          : আমাৰ মামনৰ জোৰৰ নেকি সি হা? ভাল ভাল ঘোঁৰাই নাপায় ঘাঁহ, বটুৱা ঘোঁৰাই বিচাৰে মাহ ৷ অ’ শুনিছেনে মামনৰ বাপেক৷ বোলো জীয়েকক অকল মৰম চেলাই থাকিলেই নহয়৷ অকণমান মন-কাণ কৰিব৷ : হৌৰা, হ’ব…

শামুক

 অনুভৱ তুলসী সেইদিনা এছাটি বতাহে গান্ধ-বিৰিণাৰ জন্মদিন পালিছিল সেই উছৱলৈ তোমাকো মাতিছিল বতাহৰ কথা তুমি নোৱৰাঁ পেলাব গৰখীয়াহঁতে শুনাকৈ বতাহে বনগীত জুৰিছিল সেই গীতৰ গৰ্ভত তাহাঁতে বিচাৰি পাইছিল পুৰণি পাটনাদ এটা সেইদিনা দুপৰীয়া তুমিতো ইয়াত আছিলা তেতিয়া তুমি তাতো আছিলা…

শিক্ষাজগতৰ সংস্কাৰ আৰু গোটাদিয়েক চকুত নপৰা সমস্যা

  ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০-ৰ আধাৰত ইতিমধ্যে সমগ্ৰ দেশতে শিক্ষাজগতৰ সংস্কাৰ আৰম্ভ হৈছে৷ ই নিশ্চিতভাৱে সময়ৰ আহ্বান৷ দেশৰ অতিকে বিজ্ঞ শিক্ষাবিদসকলেই এই নীতিৰ আধাৰ প্ৰস্তুত কৰিছে৷ ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০-ৰ সুফল-কুফল সম্পৰ্কীয় বিভিন্ন বিতৰ্কও ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে আৰু সাম্প্ৰতিক সময়তো হৈ…