sdblogs2011

sdblogs2011

ধেৱাই ধোৱা ধৰণী

  অজিত ছিংনাৰ (ন) ৰহা থানাখনৰ কাষতে দোকান খুলি বহিছে ঢাকিয়াল নৰেশ চৌহানে৷ দোকানৰ কাষতে এটা ঘৰ নিৰ্মাণ কৰি সি তাতে থাকে৷ চৰকাৰে নতুন কৰনীতি আৰু কিছুমান ব্যৱস্থা নতুনকৈ লাগু কৰা বাবে কিছুমান ব্যৱসায়ত ধৰিবলৈ ভাল হৈছে৷ সি চৰকাৰী কানি…

আমাৰ অভিজ্ঞতাবোৰ ইতিবাচক হোৱাহ’লে!

ধৰি লওক, আপুনি সান্ধ্যভ্ৰমণ কৰে৷ আমাৰ দেশততো সান্ধ্যভ্ৰমণৰ বাবে তেনে আচুতীয়া ৰাস্তাৰ ব্যৱস্থা প্ৰায় নায়েই, গতিকে আপুনি সাধাৰণ গাড়ী-মটৰ চলা ৰাস্তাৰেই খোজ কাঢ়িবলগীয়া হয়৷ এতিয়া প্ৰশ্ন হৈছে, আপোনাৰ সান্ধ্যভ্ৰমণ সুখকৰ নে? নে আপুনি প্ৰায়েই জীউটো চুলিৰ আগত বান্ধি লৈ খোজ…

‘কুঁচিয়ানামা’ : কিছু নতুন, কিছু ব্যতিক্ৰম আৰু কিছু কৌতূহল

কিশোৰ দাস কোঁৱৰ      ৰোমান কবি টেৰেনছে মানুহৰ জীৱন সম্পৰ্কীয় দৃষ্টিভংগীৰ প্ৰসংগত এষাৰ অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছিল, ‘মানুহে কৰিব পৰা বা কোনো মানুহে চিন্তা কৰিব পৰা কোনো বস্তুৱেই মোৰ অনাত্মীয় নহয়৷ মানুহৰ জীৱনত যিমান যি ঘটিছে মই তাৰ এক…

জলবায়ু পৰিৱৰ্তন : মানৱসৃষ্ট পাঁচবিধ অপশক্তি

 দেৱজিৎ ভৰালী   বিগত সময়ছোৱাত হোৱা জলবায়ু পৰীক্ষণ সাপেক্ষে আন্তঃচৰকাৰী সংস্থা আই পি চি চিয়ে ( IPCC – Intergovernmental Panel On Climate Change ) জলবায়ুৰ যি অভাৱনীয় পৰিৱৰ্তন ঘটিছে সেয়া পূৰ্বে কাহানিও হোৱা নাই বুলি কৈছে আৰু চিন্তনীয়ভাৱে এই কথাও…

চিত্ৰকৰ চৰাই

              চুনা কুমাৰ পাঠৰী   উমনিত বহা চৰাইৰ ডেউকাত কোনোবাই জুই লগাই দিছে। হৃৎপিণ্ড অটব্য অৰণ্যখন সন্তৰ্পণে জ্বলিছে।   হৃদস্পন্দন, ক্ৰম’জমবিচ্ছিন্ন পদপথৰ আশ্ৰয়হীন থাৰ্ম’প্লাষ্টিক শিশু ডেই নিয়া তীক্ষ্ণ জুই। আইচিউৰ ফ্ৰিজিং চহৰখন নিদ্ৰাহীন। অৰাজনৈতিক আধাপোৰা মঙহৰ গোন্ধ।…

ধৰ্ম

 যশোৱন্ত নিপুণ   ধৰ্মক মই প্ৰথম লগ পাইছিলোঁ পাঁচ বছৰমান আগতে৷ মই হাতত গাখীৰৰ পেকেট এটা লৈ ভাৰাৰ ফ্লেটলৈ খটখটী বগাম আৰু৷ সি সুধিছিল, “ছাৰ আপোনাক গাখীৰ লাগে নেকি? ময়ে দি যাব পাৰোঁ।”  বিল্ডিংটোলৈ অহা মোৰ এসপ্তাহমানহে হৈছিল৷ মই তালৈ…

শৱ

 প্ৰেমনাৰায়ণ নাথ   সময়ে গিলি থ’লে সময় সিদিনা মেঘ বৈ আহে মাজে মাজে পাৰ ভাঙি জ্বলা জুই হৈ   থোকাথুকি নামঘোষা ‘তেবেসে লৈলো শৰণ’ যেন ৰ’ল আহি জীৱনৰ পানচৈ ঢলং পলং কেনেকৈ পঢ়োঁ আৰু এই পাঠ ভগা কলিজাত ‘কিমতে ভকতি…

চকুত নপৰাকৈ

ধ্ৰুৱকুমাৰ তালুকদাৰ   মোৰ ভগা বাকচটোৰ ছটা চোলাৰ মাজত এটা চোলা আছিল দুখৰ-   এদিনাখন জেপত পইছা নথকা কাৰণে মই সেই চোলাটো আনিছিলোঁ ৰাতিৰ বজাৰৰ পৰা আৰু বাকচত ভৰাই ৰাখিছিলোঁ মাৰ চকুত নপৰাকৈ   মই যেতিয়াই সেই চোলাটো পিন্ধো তেতিয়াই…

ৰ’দে-বৰষুণে ইমান যে গান

 লোকনাথ গোস্বামী (৩)  সত্ৰ, গাঁও, গাঁৱৰ সহজ-সৰল মানুহখিনি, চৌপাশৰ প্ৰাকৃতিক বৈভৱ, পুৱা-গধূলি সত্ৰত শিচ-ভকতৰ সমাৱেশ, শৰণ-ভজন, আমাৰ ঘৰখনৰ প্ৰতি সেইসকলৰ অকৃত্ৰিম শ্ৰদ্ধা-ভক্তি, গাঁৱৰ খেতি-বাতি কৰা মানুহখিনিৰ আমাৰ ঘৰখনৰ প্ৰতি থকা সৎভাৱ-সহযোগিতা আদিৰ মাজেদি এটা সময়লৈ ঘৰখন ভালেই চলি আছিল৷ অভাৱ…