ভাস্কৰজ্যোতি নাথৰ সমালোচনাত্মক গ্ৰন্থ ‘পাঠ আৰু বীক্ষণ’ : পঠন আৰু পৰ্যালোচনা
অসীম কুমাৰ হাজৰিকা অসমীয়া সাহিত্য জগতত এক স্বকীয় অগতানুগতিক, আপোচহীন স্থিতিৰে ভাস্কৰজ্যোতি নাথ জিলিকি উঠিছে। নাথৰ সমালোচনাত্মক গ্ৰন্থ “পাঠ আৰু বীক্ষণ” নির্মোহ সমালোচনাৰে সমৃদ্ধ এখন উল্লেখযোগ্য গ্ৰন্থ। বিশ্ব সাহিত্যৰ কালজয়ী সাহিত্য কৰ্মৰ ওপৰত অধ্যয়ন পুষ্ট অৱলোকন আৰু বিংশ শতিকাৰ সাহিত্য তত্ত্বৰ তাত্ত্বিক বিশ্লেষণ ’পাঠ…