sdblogs2011

sdblogs2011

মহাবৃত্ত

 মৃদুল শৰ্মা ১৬ বিদূৰ৷ হস্তিনাপুৰৰ মহাৰাণী গান্ধাৰীৰ দাসী পৰিশ্ৰমী৷ বৰ্ণত শূদ্ৰ৷ আৰু জন্মসূত্ৰে শূদ্ৰ হোৱা বাবেই তেওঁৰ প্ৰকৃত নামটো কালক্ৰমত নিশ্চিহ্ন হৈ পৰিছিল৷ তেওঁৰ পৰিচয় হৈছিল শূদ্ৰী৷ মই বিদূৰ সেই দাসী শূদ্ৰীৰে পুত্ৰ৷ কুৰুবংশৰ ইতিহাসৰ কোনোবা এক অনাকাংক্ষিত ক্ষণত কাৰোবাৰ…

মেহমুদ ডাৰউইচ

অনুবাদ-ড°ৰঞ্জিত দত্ত মেহমুদ ডাৰউইছৰ জন্ম হয় ১৯৪১ চনৰ  ১৩ মাৰ্চ তাৰিখে  পেলেষ্টাইনৰ অ’ল বি’ৰৱা  চহৰত । সৰুৰে পৰাই কবিতাৰ প্ৰতি আগ্ৰহী পেলেষ্টাইনৰ এই জাতীয় কবি গৰাকীৰ সাহিত্য কৰ্মৰাজিৰ ভিতৰত উল্লেখনীয় গ্ৰন্থসমুহ হ’ল-Tragedy of daffodils, comedy of silver (1989), I see what…

চিলিক’ছিছ

  স্বপ্নালী কলিতা সোণাইৰ দেউতাকৰ থাকোতে দহোটা আঙুলিয়েই আছে কামতো পাৰ্গত পিছে শিলবোৰে ছাঁ দিয়াৰ পৰা� দহোটা নখেই মৃত্যুবৰণ কৰিলে লাহে লাহে��� থাকোতে কাণদুখনো আছে��� নিজৰ ঠাইতে� বাটে-ঘাটে খবৰো সোধে দুই-এজনে� কাণ এখন আগবঢ়াই দিয়ে  সোধোঁতালৈ� শিলবোৰে যেতিয়া নিজৰ আকাৰ…

অন্যযুগ, এপ্ৰিল, ২০২৪

উপদেষ্টা ড˚  পোনা মহন্ত ডা˚ ধ্ৰুৱজ্যোতি বৰা সম্পাদক মৃদুল শৰ্মা (অবৈতনিক ) কাৰ্যবাহী সম্পাদক ৰঞ্জুমণি মহন্ত (অবৈতনিক) কলা  সম্পাদক ড˚   সঞ্জীৱ বৰা বিভাগীয় পৰামৰ্শদাতা আকাশ দীপ্ত ঠাকুৰ (অবৈতনিক) সিদ্ধাৰ্থ শংকৰ কলিতা ব্যৱস্থাপক অচিন্ত্য কুমাৰ মহন্ত ব্যৱস্থাপনা সহযোগী পংকজ কলিতা দেৱজিৎ ভঁৰালী…

অন্যযুগ, এপ্ৰিল, ২০২৪

উপদেষ্টা ড˚  পোনা মহন্ত ডা˚ ধ্ৰুৱজ্যোতি বৰা সম্পাদক মৃদুল শৰ্মা (অবৈতনিক ) কাৰ্যবাহী সম্পাদক ৰঞ্জুমণি মহন্ত (অবৈতনিক) কলা  সম্পাদক ড˚   সঞ্জীৱ বৰা বিভাগীয় পৰামৰ্শদাতা আকাশ দীপ্ত ঠাকুৰ (অবৈতনিক) সিদ্ধাৰ্থ শংকৰ কলিতা ব্যৱস্থাপক অচিন্ত্য কুমাৰ মহন্ত ব্যৱস্থাপনা সহযোগী পংকজ কলিতা দেৱজিৎ ভঁৰালী…

বিহুববীয়া চিন্তাৰ বুৰবুৰণি

  বিহুটিক সম্মুখত লৈ নতুন বছৰ এটা আকৌ আহিল৷ বছৰেকত নতুন বছৰ দুবিধ, আমাৰ বাবে দুবাৰকৈ আহে৷ এবাৰ এবিধ পুৰণি বছৰ যায়গৈ৷ তেতিয়া আমি খাই-বৈ স্ফূৰ্তি কৰি পুৰণি বছৰটোক বিদায় দি নতুন বছৰটোক আদৰি ‘হেপ্পী নিউ য়েৰ’ বুলি চিঞৰোঁ, উল্লাসত ফাটি পৰোঁ–…

ক্ষণে ক্ষণে খহিব ধৰা জীৱনসৌধ আৰু আত্মোৎকৰ্ষৰ সাধনা

 ড॰ চন্দনজ্যোতি চুতীয়া                                                                                                                     (এক)  ৰাছিয়ান ভাষাত krasota  (সৌন্দৰ্য) শব্দটোৰে আমি কেৱল সেইবোৰ বস্তুক বুজাওঁ যিবোৰে আমাৰ দৰ্শনেন্দ্ৰিয়কহে মাথোন আনন্দ দিয়ে। আৰু যদিও শেহতীয়াকৈ মানুহে ‘এটা জঘন্য কৰ্ম’ অথবা ‘সুন্দৰ সংগীত’ৰ বিষয়ে ক’বলৈ লৈছে,  এয়া ভাল…

আদিংগিৰি : সম্ভাৱনাময় প্ৰাপ্ত-স্থানক

 নীলোৎপল বৰুৱা   মহানগৰীৰ হট্টগোল আৰু কংক্ৰিটৰ অৰণ্যৰ পৰা নাতিদূৰৈত আদিংগিৰি টিলা৷ টিলাটো প্ৰাকৃতিক আশীৰ্বাদপুষ্ট৷ আনন্দময়৷ টিলাটোৰ‌পৰা সন্ধ্যা  মালিগাঁৱৰ ব্যস্ত ৰাজপথ আৰু দোকান পোহাৰবোৰ এখন চাইক’ডেলিক লেণ্ডস্কেপৰ দৰে দেখা যায়৷ হেৰাই যাব পৰাকৈ যথেষ্ট৷ আদিংগিৰিক আদিতে দুৰ্গা সৰোবৰ হিচাপে জনা…

পৰিশ্ৰমী পেছা

 পঙ্কজ প্ৰতীম বৰদলৈ বসন্ত ঋতুৰ আগমন ঘটিছে৷ এপ্ৰিল মাহ৷ অসমীয়াৰ আদৰৰ বহাগ মাহ৷ বহাগ মাহৰ সুকীয়া যি এক মাদকতা আছে, সি বছৰৰ আন কোনো সময়তে অনুভৱ নহয়। ২০২৪ চনৰ বহাগ মাহত অসমীৰ ৰাইজে আন এক মাদকতা সোৱাদ লাভ কৰিব৷ সেয়া…