পৰশুৰাম
নীলোৎপল বৰুৱা নতুন চাম নাট্যকৰ্মীৰ ভিতৰত ৰূপান্তৰ বৰপাত্ৰগোহাঁই এটা চিনাকী নাম৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত পাৰিৱেশ্য কলা বিষয়ত স্নাতকোত্তৰ সমাপ্ত কৰা বৰপাত্ৰগোঁহায়ে ধেমাজিৰ ভদ্ৰাপাৰাত ‘থিয়েটাৰী ৰং থিয়েটাৰী ঢং’ নামৰ এটা নাট্যগোষ্ঠী গঠন কৰাৰ উপৰিও এখন নাট্য বিদ্যালয় নিয়মীয়াকৈ চলাই আহিছে৷…