sdblogs2011

sdblogs2011

ৰতিৰ বাবে এখন ধুনীয়া ছবি

দেৱজিত হাজৰিকা   ব্ৰহ্মানন্দ পাচনিয়ে  নৈখনৰ ছবি এখন আঁকিবলৈ বহু সময় ধৰি  তাৰ পাৰতে বহি ৰৈছে৷ কিন্তু ভালদৰে মনঃসংযোগ কৰিব পৰা নাই, বাৰে বাৰে ব্যৰ্থ হৈছে, যেন তাৰ কোবাল সোঁতে তুলিকাডাল পিচলাই পিচলাই লৈ যায়, খোপনিটো ধৰিব পৰা নাই৷ তিনিদিন…

ঐতিহাসিক কালৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাত মথাউৰি নিৰ্মাণ আৰু ইয়াৰ ফলাফল

 ড০ ৰক্তিম ৰঞ্জন শইকীয়া   নদীৰ গতি আৰু প্ৰকৃতি নিয়ন্ত্ৰণ কৰিবলৈ অতীতৰে পৰা মানুহে প্ৰয়াস কৰি আহিছে৷ এই প্ৰয়াসক বাস্তৱ ৰূপ দিবলৈ কেতিয়াবা মানুহে খাল খান্দিছে, কেতিয়াবা বান্ধ সাজিছে আৰু কেতিয়াবা মথাউৰি বান্ধিছে৷ বান্ধ আৰু মথাউৰিৰ পার্থক্য এটাই৷ বান্ধ একোটা…

খুচুৰা

 প্ৰতীক্ষা বৰা   : ঠিক এইখিনিতে এটা গল্প হয়৷ : কোনখিনিত? : তুমি মই একেথিৰে সেই পাহাৰটোৰ ফালে চাই থকাত৷ : চলিহা হোৱা হ’লে লিখিলে হেঁতেন৷ তোমাৰ মোৰ সেই ঔকাদ নাই৷ : তোমাৰ নাথাকিব পাৰে৷ মোৰ কিন্তু আছে৷ মই মোৰ…

দুটা গোলাপৰ কবিতা

 হৰেকৃষ্ণ ডেকা (১) ৰঙা গোলাপ  “Love thou the rose, yet leave it on its stem.’’  Edward G. Bulwer-Lytton.   যেন হাবিত অনাই-বনাই ফুৰিছিলোঁ ৷ কি বিচাৰিছিলোঁ নাজানিছিলোঁ ৷ তেতিয়াই আকাশত জিলিকি উঠিল ৰামধেনু ৷ কলোঁ, বৰষুণে লৈ আহক এই সাতোৰং৷…

এমুঠি হেমন্ত

 মন্দিৰা গগৈ পাতনি : – কি দি যাবা ? – ঝুক’ভেলীৰ ৰামধেনুখন আৰু শিৰুই লিলি ফুল এপাহ ! – কি লৈ যাবা ? – দুচকুত ঝুক’ভেলীৰ ক্ৰুছডাল আৰু এমুঠি হেমন্ত ! … এই পৃথিৱীত কত যে ভ্ৰম ! ভ্ৰমত সত্যৰ…

বেদুইন সখী

 মিণ্টুল হাজৰিকা   খেজুৰ এটাৰ পৰা ওপজি যি বাটেৰে বুলিছিল বাট বুকুত লৈ ফুৰা আতৰৰ কুঁৱাটোৰ পৰাই বিলাই দিছিল এচলুকৈ সুগন্ধি গোলাপ   তেওঁৰ আত্মাৰ গহনত গঢ়ি উঠা ৰংমহলৰ খিৰিকীয়েদি সোমাই অহা পোহৰে মেঘৰ চোকোৰা খুটিয়াই ওলাই অহা জোনক কাগজৰ…

তলি-উদি

 অৰ্চনা পূজাৰী   লখিমী  চপোৱাৰ পাছত  বাগৰি পৰা নৰানিৰ ওপৰেৰে হুঁচ হেৰুৱাই পাৰ হৈ গ’ল সেইজনী কোন আন কোনো নহয় পাখি গজা বৰদৈচিলা ফাগুনে, নে চ’তে সাঁচি থ’লে তাইৰ কঁকালা হাঁচতিখন  *** তাইকতো ধৰি ৰখা মস্কিল বাউলি চিখলা হৈ আকৌ…

সন্তানক যোগ্য ব্যক্তি ৰূপে গঢ়ি তোলোঁ আহক

 নৱনীতা ভট্টাচাৰ্য্য   যোগ্য ভোগ্যা বসুন্ধৰা অৰ্থাৎ যোগ্যজনৰ বাবে এই পৃথিৱীখন নানা ভোগ্য বস্তুৰে ভৰপূৰ৷ অতিকে প্ৰয়োজনীয় কথাটো হ’ল নিজকে যোগ্য কৰি তোলাটো। পিছে আজিৰ এই প্ৰতিযোগিতাৰ যুগত নিজক প্ৰতিষ্ঠা কৰাটো সহজ নহয়৷ সকলো প্ৰতিদ্বন্দ্বীক পিছ পেলাই এখোজ আগুৱাই যাবলৈ…

মলেঁয়া

  দাদুল দেৱকৃষ্ণ বৰুৱা (১৭) মলেঁয়াৰ জীৱনলৈ যে সংগীৰ আগমন ঘটিছে, সেই কথা খুব কম দিনতে চৌপাশে বিয়পি পৰিল। খবৰ পোৱাৰ লগে লগে ইজন সিজনকৈ দৈনিক ভালে সংখ্যক লোক আহিবলৈ ধৰিলে ষ্টেপানৰ ঘৰলৈ। ষ্টেপানৰ চোতালত ৰৈ ঘৰৰ মূধচত বাহটোৰ কাষত…

নিৰ্মলপ্ৰভা বৰদলৈৰ শিশুসাহিত্য: এটি আলোচনা

দীপাঞ্জলি দেৱী শিশুক উদ্দেশ্য কৰি লিখা সাহিত্যই শিশু সাহিত্য। শিশুৰ উপযোগী বিষয়বস্তু আৰু ভাৱবস্তক কেন্দ্র কৰিয়েই শিশু সাহিত্য ৰচনা কৰা হয়। শিশু সাহিত্যই শিশুৰ কল্পনাপ্ৰৱণ মনত জীৱন আৰু জগত সম্পর্কে অনুসন্ধিৎসা জগাই তোলাৰ লগতে আনন্দৰ খোৰাকো যোগান ধৰিব লাগিব। শিশুৰ…