হাঁহিচম্পা
অৰ্চনা ঠাকুৰীয়া আজিৰ সন্ধিয়াটো চিত্ৰকল্পৰে ভৰা কোনো বগী গাভৰুৰ গালৰ বিয়াগোম মাহটোৰ দৰে জোনৰ মুখতো দুখৰ দাগ আমি কেইগৰাকীমান লগ হ’লেই খুব কথা পাতোঁ ৰাজনীতি, সমাজনীতি, প্ৰেমনীতি আৰু বহুতো… মাজে মাজে পানীবিধেৰে ডিঙি তিয়াই হেকেটি বিহুও গাওঁ কথাৰ যুদ্ধই…