শিল্পকলা আৰু ভক্তি আন্দোলন
পঙ্কজ প্ৰতিম বৰদলৈ ভক্তি আন্দোলনৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজনীয়তা নাই যদিও, এই আন্দোলনৰ ধৰ্মীয় আৰু আধ্যাত্মিক প্ৰভাৱৰ লগতে সামাজিক-সাংস্কৃতিক প্ৰভাৱ আছিল অপৰিসীম। এই দিশবোৰৰ বিশদ চৰ্চা হৈছে যদিও, এই প্ৰবন্ধত বিশেষতঃ সংগ্ৰহালয় আৰু ভক্তি আন্দোলন – এই দুটা ভিন্ন…