স্পষ্টতা
অলকেশ কলিতা ইয়াতকৈ স্পষ্টকৈ মই তোমাক আঁকিব নোৱাৰোঁ, সেইবাবে আবেলিৰ মেঘৰ মাজত ইমানবোৰ সৰু সৰু চৰাই উৰি ফুৰিছে। সাগৰৰ অনন্ত তৰংগৰ ভিতৰত, কোনটোৰ ফেনিল আৱাজে সঁচা কথা ক’লে ? মই নিজহাতে মোৰ আবেলিৰ ৰাঙল সূৰ্যবোৰ ইমানদিনে হত্যা কৰিছোঁ, কিন্তু মই…
অলকেশ কলিতা ইয়াতকৈ স্পষ্টকৈ মই তোমাক আঁকিব নোৱাৰোঁ, সেইবাবে আবেলিৰ মেঘৰ মাজত ইমানবোৰ সৰু সৰু চৰাই উৰি ফুৰিছে। সাগৰৰ অনন্ত তৰংগৰ ভিতৰত, কোনটোৰ ফেনিল আৱাজে সঁচা কথা ক’লে ? মই নিজহাতে মোৰ আবেলিৰ ৰাঙল সূৰ্যবোৰ ইমানদিনে হত্যা কৰিছোঁ, কিন্তু মই…
ৰেমী শৰ্মা কোনোবাই মাতিলে দুৱাৰখন খুলি দে বৰশী এটা হাতত লৈ মই পানীপতাত ৰৈ আছিলোঁ থৰথৰকৈ কঁপা ভৰিহাল মোৰ আছিল কিন্তু … আঙুলি আৰু মাংসপেশীবোৰ ভাৰালৈ অনা হৈছিল ন মাহৰ বাবে লাহে লাহে সোমাই অহা শৃংখলটো দীঘলীয়া সময় ধৰি উশৃঙ্খল…
দাদুল দেৱকৃষ্ণ বৰুৱা (৭) দাঢ়ি খুৰাবলৈ লৈছিল ষ্টেপানে। বাৰাণ্ডাত চাপৰ টুল এখনত বহি ষ্টেপানে দাঢ়ি খুৰায়। মুখত ছেভিং ক্ৰীম অলপ সানি ব্ৰাছডালেৰে ঘঁহি লোৱাৰ পাছত ৰেজৰডালেৰে খুব লাহে লাহে আৰু সাৱধানে দাঢ়ি খুৰায় তেওঁ। তেওঁ দুদিনৰ অন্তৰে…
(ফেন্টাচী উপন্যাসিকা) যশোৱন্ত নিপুণ দুপৰীয়াৰ আহাৰ খোৱাৰ পাছত বোধিসত্ত্ব টেৰণে অফিচৰ সম্মুখৰ পাৰ্কখনলৈ আহি প্ৰাচীন আঁহতজোপাৰ তলৰ বেঞ্চখনত আউজি বহি পৰিল ৷ দুহাতত মূৰটো থৈ ক’তো অকণিও মেঘ নোহোৱা নিৰ্মল নীলা আকাশখনলৈ তেওঁ চাই পঠিয়ালে ৷ দূৰ…
নিজৰা ৰাজকুমাৰী মেডোন অশ্বিন ২০২১ চনৰ এপ্ৰিল মাহত তামিল চিনেমা “মাণ্ডেলা”ৰ মুক্তিৰ আগলৈকে মেডোন অশ্বিন মোৰ বাবে আছিল এটা অচিনাকি নাম। নেটফ্লিক্সলৈ অহাৰ পাছত যেতিয়াই মাণ্ডেলা চাইছিলোঁ আৰু চিনেমাখনৰ প্ৰতিটো মুহূৰ্ত উপভোগ কৰিছিলোঁ, হাঁহিছিলোঁ, ভয় খাইছিলোঁ, চিন্তিত হৈছিলোঁ, ক্ষোভত ছটফটাইছিলো…
প্ৰাঞ্জল হাজৰিকা জিভা ওলোটাই টোৰটোৰাই মাতিবলৈ ল’ৰাটোক মাকে শিকালে খোনা ভাল হ’ব আৰু বেচেৰাই দাঁত কামোৰ খালে খেতিয়কৰ ল’ৰা । অকস্মাৎ ভেকুলীবোৰ আকাশৰ পৰা সৰি পৰিছে ১৯৫৪ চন ১২ জুন বাৰ্মিংহাম চহৰত ভেকুলী সৰিছে সৰিয়েই সিহঁত পথাৰলৈ দৌৰিছে । এতিয়া…
চিন্ময় ১. নিমগ্নতা পোহৰ পৰি থকা পুখুৰীটোত ভেকুলীৰ টোৰটোৰণি এডাল সৰল ৰেখাই মোক তলিলৈ নি আছে ২. ঢৌ হালি পৰা বাঁহজোপাত কেইটিমান চৰাই ঢৌ উঠি আছে ৰঙা মাটিৰ তলত … ফোন : ৯৪৩৫৯০৩৫৪৭ পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT
‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ মাজুলীৰ অমৰ ঘোষ হ’লি আইলেণ্ড স্কুলৰ ছাত্ৰী আৰাধ্যা শুভলক্ষ্মীয়ে অঁকা ছবি
অংগনা চৌধুৰী তাই তেতিয়া দহ-এঘাৰ বছৰীয়া৷ পখিলাৰ দৰে উৰি ফুৰাৰ বয়স৷ আবেলি হ’লেই তাইৰ গাত তত্ নাইকিয়া হয়৷ ‘মা, গধূলি দবা কোবালে ঘৰ সোমাম’ বুলি কৈ তাই উধাও হয়৷ সেইখিনি সময়ত যাৰ যাৰ ঘৰৰ সমুখত বহল চোতাল আছে, তাত চুবুৰিটোৰ…
অঁ,সময়ত নিতুপৰ্ণ ৰাজবংশী পূৰ্বৱৰ্তী পৃষ্ঠা PRINT