মিনহঁতৰ দেশ ইন্দোচীনত— ৬
তপন কুমাৰ শৰ্মা “আপোনাৰ নামটো?”- টেক্সিত বহি লৈ চালকক হোটেলৰ নাম আৰু ঠিকনা থকা ম’বাইলৰ ফটোখন দেখুৱালোঁ। সন্মতিসুচক ভংগীত গাড়ীৰ বেগ বঢ়াই দিয়াৰ পাছতে নামটো সুধিলোঁ। “ডুঅং”- উত্তৰটো পালোঁ। “আপুনি চীনা লোক নেকি?”- জানিব খুজিলোঁ। “নহয়…” পথৰ সমুখলৈ চকু…