দুৱাৰ
তৃপ্তি দাস আমাৰ ঘৰৰ মূল দুৱাৰখন কুন্দত কটা এজোপা বুঢ়া গছৰ পৰাই আৰম্ভ হয় – দুৱাৰখনৰ জীৱন যাত্ৰা বুঢ়াগছৰ কাঠৰ দাম বুঢ়ামানুহতকৈ বেছি ঘৰলৈ অহা আলহীৰ চকুদুটি পোনতে দুৱাৰখনত বহে তাৰ পাছত লাহে লাহে ভিতৰলৈ আহে বাটেৰে যোৱা মানুহে দেখনিয়াৰ…
তৃপ্তি দাস আমাৰ ঘৰৰ মূল দুৱাৰখন কুন্দত কটা এজোপা বুঢ়া গছৰ পৰাই আৰম্ভ হয় – দুৱাৰখনৰ জীৱন যাত্ৰা বুঢ়াগছৰ কাঠৰ দাম বুঢ়ামানুহতকৈ বেছি ঘৰলৈ অহা আলহীৰ চকুদুটি পোনতে দুৱাৰখনত বহে তাৰ পাছত লাহে লাহে ভিতৰলৈ আহে বাটেৰে যোৱা মানুহে দেখনিয়াৰ…
বিপুল কুমাৰ দিহিঙীয়া গছ বাঢ়ে আকাশ ওখ হয়। ক্ৰমাৎ তথাপি সীমা এটা নথকা নহয়। (গছে যে আকাশ কাহানিও ঢুকি নাপায়গৈ) ক্ৰমশঃ শব্দ কমে সাগৰৰ ইটি পাৰ নোচোৱে মাজপথাৰত ওলমি ৰয় চং। শব্দ কিম্বা জোৱাৰত থৰকাচুটি হেৰুৱা মৰা শামুকত আমাৰ জীৱন…
কিশোৰ বড়ো খটখটী বগাই গৈ আঠুটো গুজি থালখন থওঁতে আঙুলিত সোমাই আহিল এটা আঙঠি কি আচৰিত আঙঠিৰ আকাশ আকাশখন আহি কপালত মেলিলে তাৰ মায়া ফুলি উঠিল জেঠীৰ মাত-ফুল (আঙঠিৰ আকাশ থাকেনে – এইবুলি বেলিয়ে সুধিলে যদি থাকেও –…
ধ্ৰুৱকুমাৰ তালুকদাৰ ধূলিৰ তৰপবোৰ মচি আছোঁ- দুৱাৰখন বন্ধ কৰিবলৈ মন নাযায় হয়তো কোনোবা আহি ওলাব কেইটামান মহ মাখি হয়তো এজনী মেকুৰী… মকৰাৰ জালবোৰ চাৰিওফালে আছে মকৰাবোৰ নাই বিছনাৰ তলত ঘূণৰ গুড়ি ঘূণপোকবোৰ নেদেখোঁ- বাহিৰত ৰ’দ খেলাবোৰ চাই থাকোঁ বতাহ আৰু…
ঋত্বিক পৰাশৰ অসমৰ এগৰাকী অন্যতম শিক্ষাবিদ, মানৱদৰদী, উচ্চশিক্ষিতা, সৎ-সাহসী, প্ৰচাৰ বিমুখ কৰ্মযোগী মহিলা, জীৱন যুঁজৰ এগৰাকী অপ্ৰতিদ্বন্দ্বী যোদ্ধা, বিদূষী মহিলা হিচাপে পদ্মশ্ৰী ইন্দিৰা মিৰিৰ নাম ল’ব পাৰি৷ স্বৰাজোত্তৰ অসমৰ বিশিষ্ট শিক্ষাবিদ ইন্দিৰা মিৰিৰ আত্মকথা ‘মই আৰু নেফা’-ত তেখেতৰ কৰ্ম…
সত্যজিৎ গগৈ (লেখাটোৰ মতামত লেখকৰ ব্যক্তিগত। সম্পাদনা সমিতি এই মতৰ বাবে দায়ী নহয়।) বিগত বছৰৰ দৰে এই বছৰো অসম চৰকাৰে বিদ্যালয়সমূহৰ মূল্যায়নৰ বাবে গুণোৎসৱ অনুষ্ঠিত কৰিছে।বিদ্যালয়সমূহেও খৰখেদাকৈ যি যেনেকৈ পাৰি এদিনৰ বাবে সাজু কৰিছে।যেনে ধৰক বিদ্যালয়খনৰ ঘৰ-বোৰ ৰঙীন…
ৰিপুঞ্জয় বৰুৱা ঋমন তেওঁ কয় ‘আপুনি বহুত ভাল মানুহ’ মানে মই বহুত ভাল মানুহ, এয়াই মোৰ বিষয়ে তেওঁৰ এটি সম্যক ধাৰণা। মনত গোপনে গঢ়ি উঠা। তেওঁ কোৱাৰ বহু আগতেও বহুজনে এই কথা কৈছে ‘মই হেনো লাখৰ ভিতৰত এজন’ ভাল মানুহ…
ময়ূৰী কাকতি প্ৰেম সৰল মাতৃৰ মমতাত বাঢ়ি অহা ভ্ৰূণটোৰ দৰে নিষ্পাপ কেচুৱাটিৰ দৰে যি স্পৰ্শৰ উত্তাপত ঠন ধৰে, কলকলাই ওমলে আৰু মৰমৰ প্ৰতিদান দিয়ে প্ৰেম সপোন এটিৰ স্বতস্ফূর্ত গুঞ্জন … অহৰহ বৈ থকা এটি ৰাগ.. আঙুলিত ধৰি ধৰি খোজকঢ়া সময়…
মূল : মহাকবি কালিদাস অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত || ৭ম অধ্যায় || তাৰ পাছত কাৰ্তিকৰ সহযাত্ৰী দেৱসেনাৰ দৰে যোগ্যজনক বৰণ কৰা ভগ্নীক লৈ বিদৰ্ভৰাজ ভোজ গ’ল ৰাজপ্ৰাসাদলৈ । অথোপয়ন্ত্রা সদৃশেণ যুক্তাং স্কন্দেন সাক্ষাদিব দেবসেনাম্ | স্বসাৰমাদায় বিদর্ভনাথঃ পুৰপ্রবেশাভিমুখো বভূব…
অভিজিত শর্মা বৰুৱা বিশ্ব ব্রহ্মাণ্ডৰ প্রতিটো একক দ্রব্য আচলতে একোটা ৰাসায়নিক পদার্থই। আমি যে আধুনিক খাদ্যৰ পৰা ঔষধলৈকে, প্লাষ্টিকৰ পৰা কম্পিউটাৰলৈকে, কাগজৰ পৰা কৃত্রিম সূতালৈকে বিভিন্ন ধৰণৰ সামগ্রী তৈয়াৰ কৰিব পাৰিছোঁ, তাৰ মূলতে আছে ৰসায়ন। আমি কেতিয়াবা আমাৰ নিজা…