sdblogs2011

sdblogs2011

এগ্ৰিভ’ল্টেইক্স— ভূমিৰ যথাযথ ব্যৱহাৰ— ধাৰণক্ষম খাদ্য উৎপাদন

 ড০ ভাৰত বৰুৱা   উদ্ভিদৰ বিকাশৰ বাবে সূৰ্যৰ পোহৰ আৰু তাপ দুয়োটাৰে অতিকে প্ৰয়োজন। সূৰ্যৰ পৰা বিকিৰিত তাপ আৰু পোহৰৰ মান আৰু পৰিমাণ দুয়োটাই বায়ুমণ্ডলীয় পৰিস্থিতি আৰু ঋতুৰ ওপৰত নিৰ্ভৰশীল। সূৰ্যৰ তাপ আৰু পোহৰে যিহেতু উদ্ভিদৰ ভিতৰভাগত হোৱা বহু ৰাসায়নিক কাৰ্যকলাপৰ বাবে…

লোকেল ব’হাগ

(কল্পবিজ্ঞানভিত্তিক গল্প)  ৰঞ্জু শৰ্মা    সময় : 2030 চন স্থান : গুৱাহাটী, এসময়ত মানুহৰ ভিৰত বিৰ দি বাট নোপোৱা অথচ এতিয়া মৰাসুঁতিৰ দৰে এলাগী হৈ পৰি থকা ফাঁচী বজাৰৰ এখন অত্যাধুনিক শ্ব’ৰূমৰ পদূলি।   বতৰ: প্রাক্‌ বহাগৰ এটি উৰুঙা দুপৰীয়া।…

এমা ছুঞ্ছ

মূল : হৰ্হে লুই বৰ্হেছৰ Emma Zunz ইংৰাজী অনুবাদ : এণ্ড্ৰু হাৰ্লীৰ Emma Zunz অসমীয়া অনুবাদ: নয়নজ্যোতি শৰ্মা ১৯২২ চনৰ ১৪ জানুৱাৰি তাৰিখে এমা ছুঞ্ছে টাৰবুখ আৰু লোইৱেণ্টালৰ কাপোৰৰ মিলটোৰ পৰা উভতি আহি পদূলিৰ এমূৰত এখন চিঠি পৰি থকা দেখা…

২০২৩-ৰ অস্কাৰ আৰু ক্ল’জ

নিজৰা ৰাজকুমাৰী            ২০২৩-ৰ যোৱা ১২ মাৰ্চত অনুষ্ঠিত হৈ গ’ল চিনেমাবিশ্বৰ অতি আকৰ্ষণীয় অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান। সকলো উত্তেজনাৰ অৱসান ঘটাই শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিলে ডেনিয়েল চাইনাৰ্ট আৰু ডেনিয়েল কোৱানৰ (দুয়োজনক একেলগে দ্য ডেনিয়েলছ্ বুলি…

চাৰিওটা বেলেগ

ধন দাস ১) বেটুপাত এটাত বৰশী বাই আছে এটা ৰঙা জিঞাঁই ওপঙি থকা পুঙাটোৰ উৎকণ্ঠাত সাৰে আছে কবি  এইমাত্ৰ উজাই আহিব কবিতা আৰু অপমৃত্যু ঘটিব! ২) ছাগলী খেদা বৰষুণজাক পিঠিত লৈ  ধূলিত পোত গৈ থকা চাৰিআলিটোৰ ছাটি-ফুটি আলোচনা  বেলিটো বাৰু…

পচলা

ভাস্কৰ জে নাথ খাবলৈ অনাটো পচলা  কোনেনো নাজানে এই কথা ননাটো ডাঙৰ হ’ব  কলডিলীয়া হাঁহি মাৰি  কল লাগিব থোকভৰি  অন্ততঃ ভাত নহ’লে কল  চলি যায় চলিহাপৰাৰ সংসাৰ  পিছে কল পকালৈহে ভয়  বাদুলি‍য়ে খাব বুলি  ৰাতিটোৱেই হাতীটো  পিছে এতিয়া দিনতে হাতী …

বিভ্রমৰ জগতত এটা সেউজীয়া গল্প

  পল্লৱী কৌশিক শৰ্মা : ডেনড্ৰ’ফাইল! যদি মই ভুল নহয়, শব্দটো এইটোৱেই আছিল ন? মানে তোমাৰ দৰে ট্ৰি-লাভাৰবোৰক এই বুলিয়েই নকয় জানো ! গছৰ পুলিটো আলফুলে বিশাখাৰ হাতত তুলি দি, তাইৰ তিৰবিৰাই উঠা চকুযুৰিলৈ দৰক লাগি চাই ৰ’ল গীতাৰ্থই। আজি তাইৰ…

নদী সূত্ৰধাৰ, চিন্তা বিস্তাৰ!

 পংকজ প্ৰতিম বৰদলৈ   কিতাপ বৰ্তমান সময়ত এক চৰ্চিত বিষয়। কিতাপৰ বিষয়বস্তু, মুদ্ৰণ, প্ৰকাশনৰ পৰা ধৰি ভৱিষ্যতলৈকে আদিক লৈ বহু তৰ্ক বিতৰ্ক চলি আছে। ভাল কিতাপ, বেয়া কিতাপ আদি আলোচনাবোৰো সুলভ। তেনে সময়তে ‘মুক্তবীক্ষণ’ত আজি কিতাপৰ বিষয়ে আলোচনা কৰিব খোজা…