শূন্য-শিলা
বিকিয়ান বাইলুং ৰঙা জিঞাৰ নেজত লাগি ধৰা সূতাৰ পিছত দৌৰি ছাল ছিগা আঁঠুত নাৰ্জিপাত ঔ বাটে গোবাট, গেলা বাঁহনিৰ তল পৰুৱাই পোৱা জীওটোত ভয় নাই বাট এৰি অহাৰ ভয় চিনাকি মুখবোৰ এৰি অহাৰ ভয় মাটিৰ আলিংগন সোঁৱৰণিত পোত যোৱাৰ শূন্যৰ…
বিকিয়ান বাইলুং ৰঙা জিঞাৰ নেজত লাগি ধৰা সূতাৰ পিছত দৌৰি ছাল ছিগা আঁঠুত নাৰ্জিপাত ঔ বাটে গোবাট, গেলা বাঁহনিৰ তল পৰুৱাই পোৱা জীওটোত ভয় নাই বাট এৰি অহাৰ ভয় চিনাকি মুখবোৰ এৰি অহাৰ ভয় মাটিৰ আলিংগন সোঁৱৰণিত পোত যোৱাৰ শূন্যৰ…
ৰঙা গোলাপ ক’লা গোলাপ হৰেকৃষ্ণ ডেকা ৰঙা গোলাপ “Love thou the rose, yet leave it on its stem.’’ Edward G. Bulwer-Lytton. যেন হাবিত অনাই-বনাই ফুৰিছিলোঁ ৷কি বিচাৰিছিলোঁ নাজানিছিলোঁ ৷তেতিয়াই আকাশত জিলিকি উঠিল ৰামধেনু ৷কলোঁ, বৰষুণে লৈ আহক এই সাতো ৰং৷দেখাই নাছিলোঁ পাতৰ…
পংকজ প্ৰতিম বৰদলৈ কিতাপ বৰ্তমান সময়ত এক চৰ্চিত বিষয়। কিতাপৰ বিষয়বস্তু, মুদ্ৰণ, প্ৰকাশনৰ পৰা ধৰি ভৱিষ্যতলৈকে আদিক লৈ বহু তৰ্ক বিতৰ্ক চলি আছে। ভাল কিতাপ, বেয়া কিতাপ আদি আলোচনাবোৰো সুলভ। তেনে সময়তে ‘মুক্তবীক্ষণ’ত আজি কিতাপৰ বিষয়ে আলোচনা কৰিব খোজা…
‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ মাজুলীৰ অমৰ ঘোষ হ’লি আইলেণ্ড স্কুলৰ ছাত্ৰী আৰাধ্যা শুভলক্ষ্মীয়ে অঁকা ছবি
সঞ্জীৱ সভাপণ্ডিত ট্ৰেভৰ নোৱা (Trevor Noah) নামৰ এজন মঞ্চ কৌতুক শিল্পী (stand up comedian) আছে৷ তেওঁৰ দেউতাক ছুইজাৰলেণ্ডৰ, মাক আফ্ৰিকাৰ, পঢ়িলে ইংলণ্ডত, থাকে আমেৰিকাত আৰু প্ৰগ্ৰেমটো কৰিছে জাৰ্মানীত৷ কথাৰ লাচতে তেওঁ কৈ দিলে যে আমেৰিকাৰ বৰ্তমান সময়ৰ কোনো এজন ৰাষ্ট্ৰপতিয়ে এটাও…
নীলোৎপল বৰুৱা মানুহৰ শৰীৰ-সজ্জা আৰু তাৰ বিৱৰ্তনক লৈ সময়ানুগ চৰ্চা চলি আহিছে। তাৰ ভিন্ন বিভাগৰ ভিতৰত ‘উত্তৰ উপনিৱেশিক শৰীৰ–সজ্জা’ৰ চৰ্চা অন্যতম। পাৰিৱেশ্য কলাৰ প্ৰেক্ষাপট আৰু তাৰ দৃষ্টিকোণেৰে কৰা এই চৰ্চা একমাত্ৰ বৈজ্ঞানিকেই নহয়, শৈল্পিকো। বহু দ্ৰষ্টাই ইয়াক লৈ নিৰন্তৰ সম্পৰীক্ষা…
ৰুদ্ৰ সিংহ মটক “ইনফিনিটি” পঢ়ি আছোঁ এই কেইদিন। হাতে পোৱাকৈ শিতানৰ কাষতে থৈছোঁ এই কবিতা পুথিখন। সাম্প্ৰতিক সময়ত আত্মপ্ৰকাশ কৰা এগৰাকী অখ্যাত অথচ প্ৰচুৰ প্ৰতিশ্ৰুতিসম্পন্ন কবি। তেওঁৰ নাম গীতাঞ্জলী ছানৰাইজ। ঘৰ সৰভোগৰ বৰনগৰত। নতুন কবিৰ কবিতা আমি বিশেষ…
অব্যক্ত নিৰ্বাণ ৰাজখোৱা (প্ৰাক্কথন : পুৰাকথা অনুসৰি দক্ষিণ আমেৰিকাস্থিত এল ডৰাড’ নামৰ এখন সোণৰ চহৰ আছে৷ অজস্ৰ মানুহ এল দৰাদ’ৰ সন্ধানত অভিযানত নামিছে৷ ময়ো তাৰ মাজৰে এজন৷ নাম মোৰ ছাৰ থমাছ ব্ৰাউন৷ সমগ্ৰ ইংলেণ্ডজুৰি এজন সফল অভিযানকাৰী হিচাপে মোৰ সুনাম৷ মই ৰাণী…
মানসী গোস্বামী এজাৰ নিজাৰ পৰে পকি পকি সৰে ডালিম তেজা শালিকা হয় তুলা আহে একেই থাকে পাছবাৰীৰ তাঁতশাল একেই থাকে আগবাৰীৰ ইন্দ্ৰজিত মালতী মাথোঁ সূতা ছিগি আউলী– বাউলী ব তোলোঁতে সৰি পৰে ব-চুঙা কেটেলাৰ কাঁইটে খোঁচে ৰাঁচত বুলোৱা তুলাৰ…
তপন কুমাৰ শৰ্মা (৪) এসময়ত এখন দেশত… ২১ বছৰীয়া যুৱক ভান-বা নামৰ যুৱক আছিল। তেওঁ ছাইগন বন্দৰত থকা ফৰাচী জাহাজ এখনৰ ৰান্ধনিশালৰ লগুৱা হিচাপে খাটিবলৈ আৱেদন কৰিলে। জাহাজখনৰ নাম এডমিৰেল-ডে-লাটউচ-ট্ৰেভিলে। জাহাজখনে ১৯১১ চনৰ ৫ জুনত যাত্ৰা আৰম্ভ কৰিলে, এমাহৰ…