sdblogs2011

sdblogs2011

নগ্ন প্ৰতিবাদ

দিব্যাশ্ৰী নিয়ৰ বৰুৱা সেউজীয়াবোৰ সোণ নহয় সেউজীয়াবোৰ হয়তো সুখৰ সংসাৰো নহয়! সিদিনা সমাজৰ শাৰীত থিয় হ’ব পৰাকৈ আমি আছিলোঁ ওখ, ধীৰ আৰু স্থিৰ৷ গছপুলি ৰুলেই প্ৰশংসা আৰু পুৰস্কাৰ পায়৷ আকৌ কটাসকলে হাতত এখন নতুন নগৰ উপহাৰ পায়! নগৰ হ’বলৈ নগ্ন…

বতাহ, পানী, শিল

মূল : অক্টাভিঅ’ পাজ ভাবানুবাদ : যশোৱন্ত নিপুণ   পানীয়ে সুৰংগ খান্দে শিলত, বতাহে পানীবোৰ সিঁচি দিয়ে দূৰলৈ, শিলে বতাহক আগচি ধৰে ৷ পানী, বতাহ, শিল ৷   বতাহে শিলক আকৃতি দিয়ে, শিল এটা পানীৰ পিয়লা, পানী হেৰাই যায় আৰু…

ব্যক্তিগত সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতি কেনেদৰে চলাব লাগে ?

 ড° বুলজিৎ বুঢ়াগোহাঁই   চাকৰি, ইণ্টাৰ্ণশ্বিপ, নামভৰ্তি, বৃত্তি, প্ৰতিযোগিতামূলক পদসমূহৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ পৰ্যায় হৈছে ব্যক্তিগত সাক্ষাৎকাৰ৷ এই সাক্ষাৎকাৰসমূহত প্ৰাৰ্থী আৰু সাক্ষাৎ গ্ৰহণকাৰীৰ মাজত প্ৰত্যক্ষ পাৰস্পৰিক ক্ৰিয়া-কলাপ হিচাপে কাম কৰে, যাৰ ফলত দুয়োপক্ষই উপযুক্ততা, আশা আৰু ভৱিষ্যতৰ সম্ভাৱনাসমূহ মূল্যায়ন…

আকালৰ ভোক ঘনাই কাষচপা

লক্ষী প্ৰসাদ ৰেগন   পৰে কথাবোৰ ৰমলিয়াইছে মই বুজাই নাছিলোঁ। মোৰ কথাৰ ইমানকৈ পাগ উঠে বুলি   জাৱৰ পুৰি পেটৰ কথা ভাবিছোঁ। কৃষকৰ পুতেক যে মই পথাৰ আমাৰ প্ৰিয়   এতিয়া দেখিছোঁ শাওণৰো শুকান জিভা সেপ টুকি গলত কথা ৰাখিছোঁ…

অসমৰ অৰ্থনৈতিক উন্নয়নৰ গতিধাৰা : এক বিশ্লেষণ

 অজয় লিম্বু আৰম্ভণি :       অর্থনৈতিক বৃদ্ধি আৰু বিকাশ অর্থবিজ্ঞানত প্রায়েই ব্যৱহৃত দুই শব্দ৷ শব্দ দুটা প্রায়েই এটা আনটোৰ পৰিপূৰক হিচাপে প্রয়োগ কৰা দেখা যায়৷ যদিও শব্দ দুটাৰ মাজত পাৰ্থক্য নথকা নহয়৷ অর্থনৈতিক বৃদ্ধিয়ে এখন দেশৰ মুঠ ঘৰুৱা…

মাক-কথা : Unfolded Stories of a Mother

 ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, তৃতীয় অধ্যায়     পূৰৈৰঙী আঁচ দুডাল ৰংবোৰ ভালপাওঁ৷ ৰংবোৰ লিৰিকি–বিদাৰি চাওঁ৷ সেইকাৰণেই কিজানি সেই বিশেষ আঁচ দুডাল প্ৰথম দেখাৰ দিনা, মোৰ মনলৈ অহা প্ৰথম ভাবটোৱেই আছিল সেই আঁচ দুডালৰ ৰংটো৷ আঁচ দুডাল দেখাৰ উচ্ছাস আৰু আৱেগৰ সেই…

১ আঘোণ ২০২৫

 বিকাশ গোহাঁই   পথাৰবোৰ ভৰপক ৷ দোঁ খাই সোণগুটি যেন মোৰ বুকুত পৰিছে কোনো উৎসাহ নাই এইবেলি প্ৰিয় মানুহবোৰ নোহোৱা হৈ গৈছে গানৰ মধুৰ লহৰবোৰ নোহোৱা হৈ গৈছে বাঁহীৰ সুৱদি সুৰবোৰ নোহোৱা হৈ গৈছে লুইতখন বাম হৈ আহিছে৷ বালিচৰ! বালিচৰ!! আগুৱাই যাব পাৰিম…

দিশহাৰা

মৃদুল শৰ্মা (উছৰ্গা ঃ গৰিমা শইকীয়া গাৰ্গ) নাহৰৰ তোৰণ ওপৰত ৰ’দৰ নৈ তাৰো ওপৰত স্বৰনক্ষত্ৰ পাতৰ ফাঁকে ফাঁকে সৰকি পৰিছে পোহৰৰ ছিটিকণি মায়া মায়াবিনী দিন নে ৰাতি এয়া হাঁহি নে কান্দোন সঙ্গীত নে উচুপনি আৰে! আৰে! শুকুলা ডাৱৰবোৰক শিয়া মেলি আৱৰি…

জয়দ্ৰথৰ দর্পচূৰ্ণ

 (৭) নৱনীতা ভট্টাচাৰ্য্য   অজগৰৰ সাধুটো কৈ উঠি মাকে বনীক ক’লে, “সেইবাবে মানুহ কেতিয়াও অহংকাৰী হ’ব নালাগে৷ যিমানেই গুণ-গৰিমা, ধন-সোণ নাথাকক কিয় মানুহ সদায় বিনয়ী হ’ব লাগে৷ অহংকাৰে মানুহক লোভী কৰিও তোলে৷ কথাতে কয় নহয় – লোভেই পাপ আৰু পাপেই…